ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক মৰিগাঁও অধিৱেশনৰ সভা

author img

By

Published : Oct 12, 2020, 10:44 AM IST

দাখিল কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক অধিৱেশনৰ হিচাপ ৷ হিচাপ পৰীক্ষকত্ৰয় ক্ৰমে ধৰণী কাকতি, বলভদ্ৰ দাস আৰু মানচিং পাতৰে সমূহ হিচাপ দাখিল কৰে ৷ ক'ভিডৰ বাবে ছমাহ পিছুৱাই এই কাৰ্যসূচী হাতত লোৱা হয় ৷ হিচাপৰ সমস্ত তথ্য প্ৰেৰণ কৰা হ'ব মূল কাৰ্যালয়লৈ ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক অধিৱেশনৰ হিচাপ দাখিল

মৰিগাঁও, 12 অক্টোবৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক মৰিগাঁও অধিৱেশনৰ হিচাপ পৰীক্ষা আৰু আদৰণি সমিতি ভংগ ৷ তিনি হিচাপ পৰীক্ষক ক্ৰমে ধৰণী কাকতি, বলভদ্ৰ দাস আৰু মানচিং পাতৰে কেওখন উপ-সমিতিৰ সভাপতি সম্পাদকৰ উপস্থিতিত 88 সংখ্যক বাৰ্ষিক অধিৱেশনৰ হিচাপ দাখিল কৰে ৷ পৰৱৰ্তী সময়ত জিলা শাখাৰ ১৮ অক্টোবৰৰ কাৰ্যনিৰ্বাহকৰ সভাৰ অন্তত সমস্ত হিচাপ মূল কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব বুলি জিলা সভাপতি প্ৰদীপ বৰাই সদৰী কৰিছে ৷

উল্লেখ্য যে স্বাস্থ্য বিভাগৰ সমূহ প্ৰটকল ৰক্ষা কৰি আদৰণি সমিতিৰ সভাপতি ডাঃ পুণিৰাম পাতৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰি সমস্ত নথি, একাউণ্ট আদি জিলা শাখাৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ পৰৱৰ্তী সময়ত জিলা শাখাৰ ১৮ অক্টোবৰৰ কাৰ্যনিৰ্বাহকৰ সভাৰ অন্তত সমস্ত হিচাপ মূলৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব বুলি জিলা সভাপতি প্ৰদীপ বৰাই সদৰী কৰে । আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাই ৮৮ সংখ্যক অধিৱেশনত অৰিহণা যোগোৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক:দিনত কংগ্ৰেছ আৰু ৰাতি বিজেপি কৰা লোকৰ বাবে কংগ্ৰেছত স্থান নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.