ETV Bharat / state

বিদ্যালয়তে জহিখহি গৈছে পানী সংৰক্ষণৰ টেংকি - পাঁচ শ বিদ্যালয়

বিগত 2015 চনতে পানী সংৰক্ষণৰ বাবে সংস্থাপন কৰা পানী টেংকি জহিখহি গৈছে মৰিগাঁৱত ৷ বিভাগীয় কৰ্তৃপক্ষই পানী সংৰক্ষণ কৰি নিস্কাষণ কৰাৰ যি ঘোষণা কৰিছিল সেই ঘোষণা কাৰ্যত পৰিণত কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

demage water tank at morigaon
বিদ্যালয়তে জহিখহি গৈছে পানী সংৰক্ষণৰ পানী টেংকী
author img

By

Published : Nov 6, 2020, 4:32 PM IST

মৰিগাঁও,6 নৱেম্বৰঃ মৰিগাঁৱত জহিখহি গৈছে পানী সংৰক্ষণৰ বাবে বিদ্যালয় সমূহত দিয়া টেংকিসমূহ। উল্লেখ্য যে, বিগত 2015 চনত মৰিগাঁও জিলাপৰ পাঁচশ বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণ বাবে এই টেংকিৰ ব্যৱস্থা কৰা হৈছিল।

demage water tank at morigaon
বিদ্যালয়তে জহিখহি গৈছে পানী সংৰক্ষণৰ পানী টেংকী

ইফালে বিদ্যালয়ৰ সকলো গৃহৰ পৰা সংযুক্ত কৰা হৈছিল পাইপ আৰু সেই পাইপেৰে পানী আহি পাঁচ হাজাৰ লিটাৰকৈ ধৰা দুটা পানী টেংকিত জমা ৰখাৰ পৰিকল্পনা কৰা হয় ৷ ইয়াৰ সমান্তৰালৱে সেই জমা হোৱা পানীখিনি নিষ্কাষণৰ জৰিয়তে বিশুদ্ধকৰণৰ দিহা কৰাৰ ঘোষণা কৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ কিন্তু পৰিতাপৰ বিষয়, বিভাগীয় কৰ্তৃপক্ষই যি ঘোষণা কৰিছিল সেই ঘোষণা কাৰ্যত পৰিণত কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃপশ্চিমবংগত তিনি তেলেংগানা যুৱক আৰু নজন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.