ETV Bharat / state

মৰিগাঁৱত CPI ৰ প্ৰতিবাদী কাৰ্যসূচী - বাওঁপন্থী নেতা

মৰিগাঁৱৰ বিহুতলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে CPI ৰ মৰিগাঁও জিলা সমিতিয়ে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাতে হাতে চৰকাৰ বিৰোধী শ্ল'গান সম্বলিত বেনাৰ পোষ্টাৰ লৈ পৰিৱেশ উত্তাল কৰি তোলে ৷

as-mrg-cpi_protest_img_as10005
মৰিগাঁৱত CPI ৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Nov 18, 2020, 8:49 PM IST

মৰিগাঁও,18 নৱেম্বৰ: মৰিগাঁৱত CPI ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, নাগৰিকত্ব সংশোধনী আইন বাতিল,এন আৰ চি ৰ কাম উন্নীত কৰণ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক মুক্তিৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰে মৰিগাঁও ৷ মৰিগাঁৱৰ বিহুতলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে CPI ৰ মৰিগাঁও জিলা সমিতিয়ে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰন ৰাইজক জুৰুলা কৰি আহিছে ৷ চৰকাৰে মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱাত চৰকাৰ তীব্ৰ সমালোচনা কৰে দলটোৱে ৷ ইফালে কা আন্দোলনৰ পৰা কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে চৰকাৰ বিৰোধী শ্ল'গান সম্বলিত বেনাৰ পোষ্টাৰ লৈ পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক: দৰঙত আলোচনাপন্থী আলফাৰ মাটি দখলৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.