ETV Bharat / state

এটা প্ৰকাণ্ড মাছ আৰু এখন ঠেলা... - BIG FISH

প্ৰায় নব্বৈ কেজি ওজনৰ এটা প্ৰকাণ্ড মাছ মাছমৰীয়াৰ জালত পৰাৰ পাচতেই উৎফুল্লিত হৈ পৰে মাছমৰীয়াসকল ৷

এটা প্ৰকাণ্ড মাছ আৰু এখন ঠেলা...
author img

By

Published : Jul 13, 2019, 10:10 AM IST

ধিং,13 জুলাইঃ ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ লগ লগেই এফালে বানৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰত উজান উঠিছে প্ৰকাণ্ড মাছৰ ৷ শুকুৰবাৰে ধিং লেতুৰীবিলৰ পৰা প্ৰায় 90 কেজি ওজনৰ এক প্ৰকাণ্ড গৰুৱা মাছ ধৰিবলৈ সক্ষম হয় মাছমৰীয়াসকল । মাছমৰীয়া সকলে মাছটো ধৰি বজাৰত প্ৰায় 300 টকা কেজিকৈ বিক্ৰী কৰে ।

Intro:ধিংত 90 কেজি ওজনৰ গৰুৱা মাছ ভক্ষনBody:ব্ৰক্ষ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ লগ লগেই এফালে বান পানীৰ সৃষ্টি হৈছে সমান্তৰাল ভাবে ব্ৰক্ষ্মপুত্ৰত এক বিশেষ প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছৰো উজান বাঢ়িছে মৈৰাবাৰী লাহৰীঘাট আৰু ধিং নদী কাষৰীয়া অঞ্চল সমূহত প্ৰকাণ্ড গৰুৱা মাছ মৰিয়া সকলে ধৰিবলৈ সক্ষম হৈছে ধিং লেতুৰীবিলৰ পৰা আজি প্ৰায় 90 কেজি ওজনৰ এক প্ৰকাণ্ড গৰুৱা মাছ ধৰিবলৈ সক্ষম হয়। মাছ মৰিয়া সকলে মাছটো ধৰি বজাৰত 300 টকা কেজিকৈ বিক্ৰী কৰে।দৈনিক এনেকৈ 4/5 টা কৈ প্ৰকাণ্ড প্ৰকাণ্ড মাছ নিধন কৰি মাছ মৰিয়া সকলে বিক্ৰী কৰিবলৈ সক্ষম হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.