ETV Bharat / state

মৰিগাঁৱৰ মৈৰাবাৰীত মাৰণাস্ত্ৰ উদ্ধাৰ

মৰিগাঁৱৰ পশ্চিম মৈৰাবাৰীৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ছাইফুল ইছলান নামৰ লোকজনৰ পৰা এটা পইণ্ট থ্ৰী নট থ্ৰী পিষ্টল উদ্ধাৰ কৰে ৷ ধৃত ছাইফুল ইছলামক"ডেনি" বুলি খ্যাত সেই অঞ্চলত ৷ ছাইফুল ইছলাম ওৰফে ডেনিক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মৰিগাঁৱৰ মৈৰাবাৰীত মাৰনাস্ত্ৰ উদ্ধাৰ
author img

By

Published : Sep 21, 2019, 4:33 PM IST

মৰিগাঁও, 21চেপ্তেম্বৰঃ মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা পইণ্ট থ্ৰী নট থ্ৰী পিষ্টল । ছাইফুল ইছলাম নামৰ লোক জনৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো ৷

মৰিগাঁৱৰ মৈৰাবাৰীত মাৰনাস্ত্ৰ উদ্ধাৰ

উল্লেখ্য যে,মৰিগাঁৱৰ পশ্চিম মৈৰাবাৰীৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ছাইফুল ইছলাম নামৰ লোক জনৰ পৰা এটা পইণ্ট থ্ৰী নট থ্ৰী পিষ্টল উদ্ধাৰ কৰে ৷ ছাইফুল ইছলামৰ বিৰুদ্ধে কেবাটাও অপৰাধমূলক কাৰ্যত জড়িত থকা বুলি অভিযোগ আছে ৷ মৰিগাওঁ জিলা উপ আৰক্ষী অধীক্ষক লুহিত তালুকদাৰৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই মাৰণাস্ত্ৰসহ ছাইফুলক । ইতিমধ্যে আৰক্ষীয়ে ছাইফুল ইছলাম ওৰফে ডেনিক গ্ৰেপ্তাৰ কৰি অধিত তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে ।

Intro:মৰিগাঁৱৰ মৈৰাবাৰীত মাৰনাস্ত্ৰ উদ্ধাৰBody:মৈৰাবাৰী থানাৰ অন্তৰ্গত পশ্চিম মৈৰাবাৰীৰ "ডেনি" বুলি খ্যাত ছাইফুল ইছলান নামৰ অপৰাধী টোৰ হাতৰ পৰা মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰী আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম এটা পইণ্ট থ্ৰি নট থ্ৰি পিষ্টল। মৰিগাওঁ জিলা উপ আৰক্ষী অধীক্ষক লুহিত তালুকদাৰৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে ছাইফুল ইছলাম ওৰফে ডেনিক গ্ৰেপ্তাৰ কৰি সোধ পোছ অব্যাহত ৰাখিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.