ETV Bharat / state

মৰিগাঁৱত ভগা জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধাই - সংবাদ মাধ্যম

মৰিগাঁৱত অসহায় এগৰাকী বৃদ্ধা ৷ ভগা জুপুৰীত দিন অতিবাহিত কৰিছে বৃদ্ধা গৰাকীয়ে ৷ চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত মহিলা গৰাকী ৷

An old woman has spent her days in poor home in Morigaon
মৰিগাঁৱত ভগা জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধাই
author img

By

Published : Nov 10, 2020, 7:16 AM IST

মৰিগাঁও, 10 নৱেম্বৰ : মৰিগাঁৱত জৰাজীৰ্ণ জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধা মহিলাই ৷ জিলাখনৰ ভূৰবন্ধা খণ্ড উন্নয়নৰ অন্তৰ্গত বঘৰা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মৈধালি-কলংপাৰ গাঁৱৰ খৰ্গেশ্বৰী হীৰা নামৰ বৃদ্ধা মহিলা গৰাকীয়ে আশ্ৰয় বুলিবলৈ এখন মাত্ৰ টিনৰ চালিকে লৈ দিন অতিবাহিত কৰিব লগা হৈছে ৷

An old woman has spent her days in poor home in Morigaon
জৰাজীৰ্ণ ঘৰ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে বৃদ্ধা গৰাকীয়ে পঞ্চায়ত প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিছিল যদিও প্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ যাৰ বাবে বৃদ্ধা গৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ তথা জিলা প্ৰশাসনক থকাৰ সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৷

মহিলা গৰাকীৰ বসবাস কৰাৰ দৃশ্য

লগতে পঢ়ক : ফুটবলৰ ক্ষেত্ৰত ৰাজ্যত আন্তঃগাঁঠনি উন্নত কৰা প্ৰয়োজন আছেঃ বাইচুং ভূটীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.