ETV Bharat / state

মৰিগাঁও আৰু লখিমপুৰত CAA বিৰোধী প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন

ৰাজ্যজুৰি বৰ্তমানো অব্যাহত CAA বিৰোধী প্ৰতিবাদ ৷ আজি মৰিগাঁও আৰু সখিমপুৰতো দেখিবালৈ পোৱা গ'ল এই প্ৰতিবাদ ৷ মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু লখিমপুত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুতো অব্যাহত প্ৰতিবাদ

author img

By

Published : Feb 18, 2020, 8:02 PM IST

মৰিগাঁও, 18 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত, নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ ৷ মৰিগাঁও চহৰৰ মাজমজিয়াত যুৱ ছাত্ৰ পৰিষদৰ শতাধিক প্ৰতিবাদী কৰ্মীৰ লগতে, বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈ, বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে ৷

মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লখিমপুৰঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুতো অব্যাহত প্ৰতিবাদ ৷ পুৱাৰে পৰা নেৰানেপেৰা বৰষুণকো নেওচি লখিমপুৰ ৰ জিলা উপায়ুক্ত কাৰ্যালয় সমুখত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুতো অব্যাহত প্ৰতিবাদ

লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটত মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.