ETV Bharat / state

মৰিগাঁৱত আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতি

author img

By

Published : Feb 5, 2021, 6:22 PM IST

মৰিগাঁৱত আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতি । মৰিগাঁৱত কেন্দ্ৰীয় পেট্ৰলীয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।

মৰিগাঁৱত আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতি
মৰিগাঁৱত আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতি

মৰিগাঁও, ৫ ফেব্ৰুৱাৰী: পেট্ৰ'ল-ডিজেল আৰু অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য় বৃদ্ধিৰ প্ৰতিবাদত ৰাজ্য়জুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্য়স্ত কৰে । শুকুৰবাৰে মৰিগাঁৱতো মৰিগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় পেট্ৰলীয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্সূযচী ৰূপায়ন কৰে । সংগঠনটোৰ এই উত্তাল প্ৰতিবাদত মৰিগাঁও সদৰ আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় । ঘটনা সন্দৰ্ভত মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমে আৰক্ষীৰ এই কাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে ।

ইফালে অত্য়াৱশ্য়কীয় সামগ্ৰী মূল্য় হ্ৰাস নহ'লে আগন্তুক দিনত ইয়াতকৈ ভয়াবহ আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাসকলে ।

লগতে পঢ়ক:অৱশেষত মোহৰ পৰিল এজেপি-ৰাইজৰ দলৰ মিত্ৰতাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.