ETV Bharat / state

মৰিগাঁৱৰ মৈৰাবাৰীত এজন কৰ’ণাত আক্ৰান্ত

মৈৰাবাৰী বজাৰত কৰ’ণাৰ আতংক ৷ এজন দৰ্জীৰ দেহত কৰ’ণাৰ উপস্থিতি ৷ আক্ৰান্ত গৰাকী মৈৰাবাৰী বজাৰৰ ফ্ৰেণ্ডচ টেইলাৰৰ দৰ্জী তথা সত্বাধিকাৰী বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Apr 27, 2021, 6:43 PM IST

মৰিগাঁৱৰ মৈৰাবাৰীত এজন কৰ’ণাত আক্ৰান্ত
মৰিগাঁৱৰ মৈৰাবাৰীত এজন কৰ’ণাত আক্ৰান্ত

ধিং, 27 এপ্ৰিল : মৰিগাঁও জিলাৰ মৈৰাবাৰীত এজন ব্যক্তিৰ দেহত কৰ’ণাৰ উপস্থিতি পোৱা গৈছে ৷ মৈৰাবাৰী বজাৰৰ ফ্ৰেণ্ডচ টেইলাৰৰ দৰ্জী তথা সত্বাধিকাৰীজনৰ দেহত পোৱা গৈছে কৰ’ণাৰ উপস্থিতি ৷ মঙলবাৰে ৰাতিপুৱা মৈৰাবাৰী এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ এটা দলে মৈৰাবাৰী বজাৰৰ দোকান সমূহত ক’ভিড পৰীক্ষা কৰোতে দৰ্জীজনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ।

অৱশ্যে ক’ভিড-19 ত আক্ৰান্ত বুলি দৰ্জীগৰাকী নিজে অৱগত নাছিল বুলি মন্তব্য কৰে ৷ জানিব পৰা মতে, মৈৰাবাৰী বজাৰত দৈনিক ক’ভিড-19 ৰ পৰীক্ষা কৰা হৈছে যদিও মৈৰাবাৰীত ক’ভিড-19 ৰ দ্বিতীয় ঢৌ’ত দৰ্জীজন প্ৰথমগৰাকী আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷

লগতে পঢ়ক : চাবুৱাত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.