মৰিগাঁও,11 মাৰ্চ: 779 নং জাগীৰোড, 80 নং মৰিগাঁও আৰু 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ বাবে মুঠ 5 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ 79 জাগীৰোড বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলে প্ৰায় পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ দাখিল কৰে মনোনয়ন পত্ৰ ।
একেদৰে 80 নং মৰিগাঁও বিধান সভাৰ সমষ্টিৰ বাবে মহাজোঁটৰ হৈ জিলা কংগ্ৰেছ ভৱনৰ পৰা প্ৰায় শতাধিক সমৰ্থক মুনিন মহন্তই দাখিল কৰে মনোনয়ন পত্ৰ ৷