ETV Bharat / state

লাহৰীঘাটত দুই শিশুৰ সলিল সমাধি

শিশু দুটি টেঙাগুৰি জাতীয় বিদ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল । পিছত মৃতদেহ দুটা লাহৰীঘাট আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

author img

By

Published : Jun 9, 2019, 11:56 AM IST

লাহৰীঘাটত পানীত পৰি দুই শিশুৰ মৃত্যু

লাহৰীঘাট, 9 জুনঃ লাহৰীঘাট থানাৰ অন্তৰ্গত টেঙাগুৰি গাঁৱত সলিল সমাধি দুটি শিশুৰ ৷ বিলত গা-ধুবলৈ গৈ টেঙাগুৰি গাঁৱৰ আশ্বিকুল ইছলামৰ দুই সন্তান ক্ৰমে জুবাইৰ আলম (৮),আলফিনা তাউহিদ(৬)ৰ সলিল সমাধি ঘটে ৷

উল্লেখ্য যে শনিবাৰে দুই ভাতৃ-ভগ্নী বিদ্যালয়ৰ পৰা আহি দিনৰ এক বজাত ঘৰৰ ওচৰতে জুগুনী বিলত গা-ধুবলৈ গৈ আৰু ঘৰলৈ উভতি নাহে । ফলত স্থানীয় ৰাইজৰ লগতে লাহৰীঘাট থানাৰ আৰক্ষীয়ে ৰাতি দুই বজালৈ বিলত শিশু দুটাক বিচাৰে যদিও কোনো সন্ধান নাপায় ।

লাহৰীঘাটত পানীত পৰি দুই শিশুৰ মৃত্যু

কিন্তু দেওবাৰে পুৱা শিশু দুটিৰ মৃতদেহ পানীত ভাঁহি থকা দেখি পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। শিশু দুটি টেঙাগুৰি জাতীয় বিদ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল। পিছত মৃতদেহ দুটা লাহৰীঘাট আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Intro:লাহৰীঘাটত পানীত পৰি দুই শিশুৰ মূত্যুBody:

: লাহৰীঘাট থানাৰ অন্তৰ্গত টেঙাগুৰি গাঁৱৰ দুই শিশু পানীত পৰি সলিল সমাধি ঘটে।টেঙাগুৰি গাৱঁৰ আশ্বিকুল ইছলাম দুই সন্তান ক্ৰমে জুবাইৰ আলম (৮),আলফিনা তাউহিদ(৬) ৰ গা-ধোৱাই যেন কাল হ'ল। উল্লেখ্য যে কালি দুই ভাতৃ-ভগ্নী বিদ্যালয়ৰ পৰা গৈ দিনৰ এক বজাত ঘৰৰ ওচৰতে জুগুনী বিলত গা-ধুবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল। স্থানীয় ৰাইজৰ লগতে লাহৰীঘাট থানাৰ আৰক্ষীয়ে ৰাতি দুই বজালৈ বিলত বিচাৰে যদিও কোনো সন্ধান পোৱা নাছিল। আজি পুৱা শিশু দুটিৰ মৃতদেহ পানীত ভাঁহি থকা দেখি পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়।শিশু দুটি টেঙাগুৰি জাতীয় বিদ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল।পিছত মৃতদেহ দুটা লাহৰীঘাট আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.