মাজুলী,7 মাৰ্চঃ মাজুলীত উপস্থিত বিশিষ্ট কণ্ঠ শিল্পী উষা মংগেশকাৰ । দেওবাৰে নিশা মাজুলীৰ সপ্তম মিছিং যুৱ মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিবৰ বাবে মাজুলীলৈ আহিছে শিল্পীগৰাকী ৷ নিমাতি ঘাটৰ পৰা মাজুলীলৈ বিশেষ ফেৰীৰে আহে বিশিষ্ট কণ্ঠ শিল্পীগৰাকী । কমলাবাৰী ফেৰী ঘাটত উপস্থিত হোৱাৰ পাছত উষ্ম আদৰণি জনোৱা হয় শিল্পী গৰাকীক। প্ৰথমবাৰৰ বাবে এনেদৰে মাজুলীলৈ আহি ভাল অনুভৱ কৰিছে বুলি জনাই উষা মংগেশকাৰে ৷
মাজুলীত উপস্থিত বিশিষ্ট কণ্ঠশিল্পী উষা মংগেশকাৰ
সপ্তম মিছিং যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে মাজুলীলৈ আহিছে কন্ঠশিল্পীগৰাকী ৷ মাজুুলীৰ কমলাবাৰী ফেৰিঘাটত উপস্থিত হোৱাৰ পিছত উষ্ম আদৰণি জনোৱা হয় শিল্পীগৰাকীক ৷