ETV Bharat / state

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Oct 18, 2019, 2:24 PM IST

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আউনী আটী সত্ৰৰ আকাশ বন্তি অনুষ্ঠানতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলী, 18 অক্টোবৰঃ মাজুলীত গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা ১৫ কিলোমিটাৰ খোজ কাঢ়ি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সন্ধিয়া দেউৰী গাঁৱৰ নলনী পথাৰৰ ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে আউনীআটী সত্ৰৰ আকাশ বন্তি অনুষ্ঠানতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাৰ পৰাই সমূহ অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Intro:Majuli cm

মাজুলীত মূখ্যমন্ত্ৰী
অংশগ্ৰহণ কৰে গান্ধী সংকল্প যাত্ৰাত ।
গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা ১৫ কিলোমিটাৰ খোজ কাঢ়ে।
সন্ধিয়া দেউৰী গাৱৰ নলনী পথাৰত ধাননি পথাত চাকি জলাব মূখ্যমন্ত্ৰীয়ে!
আউনী আটী সত্ৰৰ আকাশ বন্তি অনুষ্ঠানত ভাগ লব মূখ্যমন্ত্ৰীয়ে।
অসমবাসী কাতি বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে।

Body:মাজুলীৰ পৰা যদুমণি শইকীয়াConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.