ETV Bharat / state

মাজুলীত "ব্ৰহ্মপুত্ৰ বৰ্ডৰ" বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ !

author img

By

Published : May 8, 2019, 3:47 PM IST

"টি কে কোম্পানীৰ" মুৰব্বীক গ্ৰেপ্তাৰৰ দাবী কৰাৰ লগতে "ব্ৰহ্মপুত্ৰ বৰ্ড" মূৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদী ৰাইজ আৰু আছুৰ কৰ্মী সকলে উত্তাল কৰি তোলে কমলাবাৰীৰ ৰাজপথ ৷

মাজুলীত "ব্ৰহ্মপুত্ৰ বৰ্ডৰ" বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ !

মাজুলী , 08 মে': মাজুলীত কেন্দ্ৰীয় চৰকাৰৰ সংন্থা "ব্ৰহ্মপুত্ৰ বৰ্ড" আৰু বিৰ্তকিত অৰুনাচলৰ ঠিকাদাৰী সংন্থা "টি কে কোম্পানীৰ" বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বুধবাৰে মাজুলীৰ অন্তৰ্গত ভকত চাপৰিৰ খহনীয়াগ্ৰস্ত ৰাইজ আছুৰ শ শ কৰ্মীয়ে ৰাজপথলৈ উলাই আহি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

"ব্ৰহ্মপুত্ৰ বৰ্ড" আৰু "টি কে কোম্পানীয়ে" মিলি 237 কোটি টকা আত্মস্যাৎ কৰাৰ অভিযোগ উত্থাপিত হয়৷ আৰু এই ভয়ংকৰ দুৰ্নীতিৰ তথ্য ইটিভি ভাৰতৰ বাতৰিত ফাদিল হৈছিল ৷ মাজুলী সুৰক্ষাৰ কামত এই দুৰ্নীতি দেখি ৰাইজে বৰ্ডৰ কনিষ্ঠ অভিযন্তাক লপাথপা দিছিল ৷ ইপিনে মঙলবাৰে নিশা ভকত চাপৰিৰ বিস্তিৰ্ন অংশ আৰু কোটি কোটি টকাৰ জিঅবেগ বৰলুইতত জাহ যায় ৷ ইয়াৰ পৰিপেক্ষিততে আজি মাজুলীৰ কমলাবাৰীত আছুৱে আৰু শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী ৰাইজ সকলে "টি কে কোম্পানীৰ" মুৰব্বীক গ্ৰেপ্তাৰৰ দাবী কৰাৰ লগতে "ব্ৰহ্মপুত্ৰ বৰ্ড" ধ্বনিৰে উত্তাল কৰি তোলে কমলাবাৰী ৰাজপথ ৷ লগতে মাজুলীৰ সুৰক্ষাত থকা "টি কে কোম্পানীক" ব্লেক লিষ্ট কৰি নতুনকৈ অধিক শক্তিশালী কোম্পানীৰ দ্বাৰা মাজুলী সুৰক্ষাৰ কাম কৰিবলৈ দাবী জনাই প্ৰতিবাদী ৰাইজৰ আৰু আছুৰ কৰ্মী সকলে ৷

মাজুলীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ।।             ৰাজপথলৈ ওলাই আহিল আছুৰ সলতে ৰাইজ।
----------- ----------    ---------------  মাজুলীত দুৰ্নীতি গ্ৰন্থ কেন্দ্ৰীয় চৰকাৰৰ সংন্থা ব্ৰহ্মপুত্ৰ বৰ্ড আৰু বিৰ্তকিত অৰুনাচলৰ ঠিকাদাৰী সংন্থা টি কে কোম্পানীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।মাজুলী  ভকত চাপৰিৰ খহনীয়াগ্ৰস্ত ৰাইজ অাৰু অাছু ৰ শ শ কৰ্মী ওলাই অাহিল ৰাজপথলৈ………
টি কে কোম্পানীৰ মুৰব্বীক গ্ৰেপ্তাৰৰ দাবীৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ড মুৰ্দাবাদ,ধ্বনি দিয়ে মাজুলী কমলাবাৰী ৰাজপথত।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰ বৰ্ড অাৰু টি কে কোম্পানী মিলি ২৩৭ কোটি টকা শৰাধ কৰিছে মাজুলীত।
এই ভয়ংকৰ দুৰ্নীতিৰ তথ্য ফাদিল হৈছে ইটিভি ভাৰত। মাজুলী সুৰক্ষাৰ কামত এই দুৰ্নীতি দেখি ৰাইজে লপাথপা দিছিল বৰ্ডৰ কনিষ্ঠ অভিযন্ত্ৰাক।
 জিঅ বেগত খালি বস্তা  জিঅ বেগ ভৰাই মাজুলী সুৰক্ষাৰ কাম কৰিছিল…
ইফালে যোৱা নিশা ভকত চাপৰিৰ বিস্তৃৰ্ন অংশ অাৰু কোটি কোটি টকাৰ জিঅবেগ বৰলুইতত জাহ গৈছে।

যাৰ পৰিপেক্ষিতত অাজি মাজুলীৰ কমলাবাৰীৰ অাছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ওলাই অাহিছে ভকত চাপৰিৰ পুৰুষ মহিলা,সকলো। মাজুলীৰ সুৰক্ষা ত থকা টি কে কোম্পানীক ব্লেক লিষ্ট কৰি নতুন  অধিক শক্তিশালী কোম্পানীৰ দ্বাৰা মাজুলী সুৰক্ষা ৰ কাম কৰিবলৈ দাবী জনাইছে। 

মাজুলীৰ পৰা যদুমণি শইকীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.