- মাজুলীৰ ফুলনি পঞ্চায়তৰ পহুমৰা ঘাটত ৰাইজৰ হাহাকাৰ
- যাতায়তৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত সৰ্বানন্দ সোণোৱালৰ সমষ্টিবাসী
- মৰণত শৰণ দি বাঁহৰ ভঙা দলঙেৰে যাতায়ত অব্যাহত লোকসকলৰ
- কলৰ ভূৰেৰ বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কণকণ ছাত্ৰ-ছাত্ৰীৰ
- ভগা বাঁহৰ দলঙেৰে পাৰাপাৰ নহয় 108 সেৱাও
- বিগত দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে প্ৰায় 20-30 খন গাঁৱৰ ৰাইজেমুখ্যমন্ত্ৰীৰ সমষ্টিত যমৰ যাতনা ভুগিছে জনসাধাৰণে
মুখ্যমন্ত্ৰীৰ সমষ্টিত যমৰ যাতনা ভুগিছে জনসাধাৰণে - মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীৰ নিজা সমষ্টিত উন্নয়নৰ নমুনা ৷ কলৰ ভূৰেৰে বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ ৷ বাঁহৰ দলঙেৰে চিকিৎসাৰ বাবে যাতায়ত কৰিব নোৱাৰে ৰোগীয়ে ৷

মাজুলী পহুমৰা ঘাটৰ দুৰাৱস্থা
- মাজুলীৰ ফুলনি পঞ্চায়তৰ পহুমৰা ঘাটত ৰাইজৰ হাহাকাৰ
- যাতায়তৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত সৰ্বানন্দ সোণোৱালৰ সমষ্টিবাসী
- মৰণত শৰণ দি বাঁহৰ ভঙা দলঙেৰে যাতায়ত অব্যাহত লোকসকলৰ
- কলৰ ভূৰেৰ বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কণকণ ছাত্ৰ-ছাত্ৰীৰ
- ভগা বাঁহৰ দলঙেৰে পাৰাপাৰ নহয় 108 সেৱাও
- বিগত দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে প্ৰায় 20-30 খন গাঁৱৰ ৰাইজেমুখ্যমন্ত্ৰীৰ সমষ্টিত যমৰ যাতনা ভুগিছে জনসাধাৰণে
Intro:@ মাজুলী পহুমৰা ঘাটত ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ।
@ কলৰ ভূৰেৰে পাৰাপাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টিৰ কণ কণ ছাত্ৰ ছাত্ৰী।
@ ২০/৩০ খন গাঁৱৰ সাধাৰণ ৰাইজৰ বিলাই বিপৰ্তিৰ নাই অন্ত।
@ কলৰ ভোৰেৰে বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ ছাত্ৰীৰ।
@ মাজুলী ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথৰ পহুমৰা জানৰ দুৰ্বস্থা এয়া।
@ ভাগ বাঁহৰ দলঙেৰেও পাৰাপাৰ নহয় 108, প্ৰসুতি মাতৃ, ৰোগী।
চাওঁক আমাৰ এক প্ৰতিবেদন----
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion: