মাজুলী, 4 ছেপ্টেম্বৰঃ অৱসৰলৈ প্ৰধান শিক্ষকগৰাকীৰ লগতে আনজন শিক্ষকৰো কিছুদিন বাকী । কিন্তু বিনা বেতনেৰে মানুহ গঢ়া এইখন বিদ্যালয় আজিও প্ৰাদেশিকৰণ নহ'ল । বিদ্যালয় খনৰ সকলো ক্ষেত্ৰতে যোগ্যতা থকাৰ পাছতো আবেদন নিবেদন কৰিও প্ৰাদেশিকৰণ নোহোৱাত ভাগৰি পৰিছে তেওঁলোক৷ এক প্ৰতিবেদন....
বিনা বেতনেৰে 30 বছৰে কাম কৰি আহিছে এগৰাকী প্ৰধান শিক্ষকে - শিক্ষক দিৱসৰ পূৰ্বে আবেগিক
৩০ বছৰে বিনা বেতনেৰে কাম কৰি গৈছে মাজুলীৰ এগৰাকী প্ৰধান শিক্ষকে ৷ কিন্তু এতিয়া অৱসৰৰ পূৰ্বে অন্তিম বৰ্ষৰ শিক্ষক দিৱসৰ প্ৰাকমূহুৰ্তত আবেগিক হৈ পৰিছে তেওঁ
বিনা বেতনেৰে 30 বছৰে কাম কৰি আহিছে এগৰাকী প্ৰধান শিক্ষকে
মাজুলী, 4 ছেপ্টেম্বৰঃ অৱসৰলৈ প্ৰধান শিক্ষকগৰাকীৰ লগতে আনজন শিক্ষকৰো কিছুদিন বাকী । কিন্তু বিনা বেতনেৰে মানুহ গঢ়া এইখন বিদ্যালয় আজিও প্ৰাদেশিকৰণ নহ'ল । বিদ্যালয় খনৰ সকলো ক্ষেত্ৰতে যোগ্যতা থকাৰ পাছতো আবেদন নিবেদন কৰিও প্ৰাদেশিকৰণ নোহোৱাত ভাগৰি পৰিছে তেওঁলোক৷ এক প্ৰতিবেদন....
Intro:অন্তিম বৰ্ষৰ শিক্ষক দিৱসত আবেগিক বিনা বেতনেৰে শিক্ষা প্ৰদান কৰা শিক্ষক।
V.O-- ৩০ বছৰ বিনা বেতনেৰে জ্ঞান পুত গংগাৰ গাগৰি ঢ়ালি গুৰু কৃত্যধণ্য হৈছিল। শিষ্য সকলেও অৱগাহন কৰি পুতস্নান হৈছিল। এখন ভগা চাইকেল লৈ পুৱা উপস্থিত হয়হি বিদ্যালয় । ১৯৯০ চনতে সমস্যাৰে ভাৰাক্ৰান্ত পূৱ মাজুলীৰ ভিতৰুৱা গাৱৰ দৰিদ্ৰ ছাত্র ছাত্ৰী সকলক লৈ সপোন দেখিছিল । আৰু কষ্টেৰে নিৰ্মান কৰিলে সপোনৰ এখন বিদ্যালয় ধোৱাচলা উচ্ছ মাধ্যমিক বিদ্যালয় । প্ৰধান শিক্ষক মিনাৰাম ভূঞা আৰু সহ শিক্ষক মদন হাজৰিকা । দুয়োজনে আৰম্ভ কৰা বিদ্যালয় খন এতিয়া পূৱ মাজুলীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ বাটকটীয়া হ'ল। শ ৰ পৰা হাজাৰ ছাত্ৰ ছাত্ৰী য়ে জ্ঞান অৰ্জন কৰি কোনো শিক্ষক কোনো ডাক্তৰ, ইঞ্জিনিয়াৰ , চৰকাৰী কৰ্মচাৰী হল । শিক্ষাৰ পোহৰ বিলাই যোৱা ত্যাগী শিক্ষক কেইজনৰ জীৱন শৈলী একেই থাকিল। শিক্ষা প্ৰদান কৰি কৰি এতিয়া অৱসৰলৈ মাত্ৰ ৬ মাহ এজনৰ এবছৰ আছে । বিনা বেতনেৰে মানুহ গঢ়া এই কেইকেইজন শিক্ষক ৰ বিদ্যালয় খন প্ৰাদেশিকৰন নহল। আজিও দৰিদ্ৰ ভাৱে জীৱন কটাইছে । টকা প ইচা দিৱ নোৱাৰাৰ বাবেই প্ৰভাৱশালী ব্যক্তিৰ লগত চিনা পৰিচয় নাই বাবেই বিদ্যালয় খনৰৰ সকলো যোগ্যতা থকাৰ পাছতো আবেদন নিবেদন কৰিও বিদ্যালয় খন নহল। এতিয়া আবেগিক মনেৰে বিদাই লৱ আৰু কেইদিনমানৰ পাছত । জীৱনৰ বিয়লি বেলাত কি কৰি খাৱ তাক লৈ চিন্তিত শিক্ষক কেইজন। প্ৰধান শিক্ষক হৈ হাজিৰাও কৰিব নোৱাৰে। এয়াই আজিৰ শিক্ষক ৰ বিলৈ।
বাইট 1
বাইট 2Body:মাজুলীৰ পৰা যদুমণি শইকীয়া
Conclusion: