ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : মাজুলী গড়কাপ্তানি বিভাগৰ মিঠ্যাচাৰ ফাদিল

author img

By

Published : Sep 26, 2019, 5:35 PM IST

Updated : Sep 26, 2019, 6:24 PM IST

হেমন্ত বৰাৰ নিয়মত ক্ষুব্ধ মাজুলীবাসী ৷ গড়কাপ্তানি বিভাগে ব্যৱস্থা নল'লে কাম কৰিবলৈ নিদিয়ে ঠিকাদাৰক ৷ এফালে চলিছে পথ নিৰ্মাণ আনফালে ভাগি শেষ হৈ গৈছে মুদৈগাঁও-বনগাঁও পথ ৷

মাজুলী গড়কাপ্তানি বিভাগৰ মিঠাচাৰ ফাদিল

মাজুলী, 26ছেপ্টেম্বৰ : মাজুলীৰ গড়কাপ্তানি পথ নিৰ্মাণত হেমন্ত বৰাৰ পুচফাছ কনষ্ট্ৰাক্টচনে কৰা অনিয়ম-দুৰ্নীতিৰ বাতৰি ইটিভি ভাৰত অসমত ধাৰাবাহিক ভাৱে পৰিবেশনৰ পাচতে জিলা প্ৰশাসনে বন্ধ কৰি দিছিল পথ নিৰ্মাণৰ কাম ।

মিছা মাতিছে গড়কাপ্তানি বিভাগে

যোৱা মঙলবাৰে বিভাগটোৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তাগৰাকীয়ে মাজুলীলৈ আহি সকলো পৰ্যবেক্ষণ কৰি ঠিকাদাৰৰ কামৰ নমুনা দেখি আচৰিত হৈ পৰে । কিন্তু সংবাদ মাধ্যমৰ আগত মুখ খোলাৰ পৰা বিৰত থাকে মুখ্য কাৰ্যবাহী অভিযন্তা গৰাকীয়ে ৷

ইফালে বান নোহোৱাকৈ বানৰ বাবে পথটো ভগা বুলি ঠিকাদাৰৰ হৈ ওকালতি কৰিব খোজা কণিষ্ঠ অভিযন্তা সীমান্ত দত্তক উভতি ধৰে স্থানীয় ৰাইজে ৷ পৰিস্থিতি বিসম দেখি অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তা, মাজুলী গড়কাপ্তানি বিভাগৰ বিষয়া, ঠিকাদাৰ হেমন্ত বৰা সহ দলটোৱে উপস্থিত হোৱা ৰাইজৰ কোনো দাবী আপত্তি নুশুনাকৈ সুযোগ বুজি সেই স্থান ত্যাগ কৰে ৷

স্থানীয় ৰাইজৰ অভিযোগ এই সকল বিষয়াই হেমন্ত বৰাৰে মিলি কোনো গোপন কাৰণত ৰাইজৰ সমস্যা লৈ পিঠি দি ঠিকাদাৰক সুৰক্ষা দিয়াত উঠি পৰি লাগিছে । এনে ক্ষেত্ৰত ৰাইজৰ এটাই দাবী গড়কাপ্তানি বিভাগে ব্যৱস্থা নল'লে কাম কৰিবলৈ নিদিয়ে ঠিকাদাৰক ৷

অধিক চাওকঃ ১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালা

Intro:Gfx... ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃ
Gfx... তদন্ত কৰিবলৈ আহি কি ক'লে অতিৰিক্ত মুখ্য কৰ্যবাহি অভিযন্ত্ৰইঃ
Gfx... হেমন্ত বৰাৰ অনিয়মে নিয়মত ক্ষুব্ধ অঞ্চলবাসীঃ
Gfx....গড়কাপ্তানি বিভাগে ব্যৱস্থা নললে কাম কৰিবলৈ নিদিয়ে ঠিকাদাৰকঃ
Gfx... এফালে চলিছে পথ নিৰ্মাণ আনফালে ভাগি শেষ হৈ গৈছে মুদৈগাঁও-বনগাঁও পথঃ
Gfx... মাজুলী গড়কাপ্তানি বিভাগৰ মিঠাচাৰ ফাদিলঃ

VO... মাজুলীৰ গড়কাপ্তানি পথ নিৰ্মাণত হেমন্ত বৰাৰ পুচফাছ কষ্টাকচনে কৰা অনিয়ম দুৰ্নীতিৰ ছবি ইটিভি ভাৰত অসমত ত ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছত জিলা প্ৰশাসনে বন্ধ কৰি দিছিল পথ নিৰ্মাণৰ কাম। যোৱা মঙ্গল বাৰে বিভাগটোৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্ত্ৰ গৰাকীয়ে মাজুলীলৈ নিজে আহি পৰ্য্যবেক্ষণ কৰি ঠিকাদাৰৰ কামৰ নমুনা দেখি আস্বস্ত নহল। সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ অস্বীকাৰ কৰা অতিৰিক্ত মুখ্য কাৰ্যবাহি অভিযন্ত্ৰা গৰাকীয়ে কি ক'লে শুনক---
       বাইট---   1   অভিযন্ত্ৰা।
 ইফালে বান নোহোৱাকৈ বান পানীৰ বাবে পথটো ভগা বুলি ঠিকাদাৰৰ হৈ ওকালতি কৰিব খোজা কনিষ্ঠ অভিযন্ত্ৰা সিমান্ত দত্তক উভতি ধৰাত পৰিস্থিতি বিসম দেখি অতিৰিক্ত মুখ্য কাৰ্যবাহি অভিযন্ত্ৰা, মাজুলী গড়কাপ্তানি বিভাগৰ বিষয়া, ঠিকাদাৰ হেমন্ত বৰা সহ দলটোৱে উপস্থিত হোৱা ৰাইজৰ কোনো দাবী আপত্তি নুশুনাকৈ সুযুগ বুজি সেই স্থান ত্যাগ কৰি একপকাৰ পলায়ন কৰে।

    বাইট--- স্থানীয় গাঁওবাসী  2, 3, 4 ।
 এই সকল বিষয়াই হেমন্ত বৰাৰে মিলি কোনো গোপন কাৰণত ৰাইজৰ সমস্যা লৈ পিঠি দি ঠিকাদাৰক সুৰক্ষাত উঠি পৰি লাগিছে।
   কনিষ্ঠ অভিযন্ত্ৰা সিমান্ত দত্ত ৰ গোপন অভিসন্ধিৰ বাবেই ব্লেক টপিং মুদৈগাঁও  বনগাঁও পথটো চেলফিল কৰি উজনি মাজুলীৰ ৫০ হাজাৰৰো অধিক জনসাধাৰণক জীয়াটো ভোগোৱালৈ থেলি দিছে।
  বাইট-- কোঁচ ৰাজবংসি ছাত্ৰ সন্থাৰ সম্পাদক।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
Last Updated : Sep 26, 2019, 6:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.