ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল মাজুলীৰ নেপালী নৃত্য

author img

By

Published : Sep 26, 2020, 9:20 AM IST

অখিল ভাৰতীয় নেপালী সাংস্কৃতিক পৰিষদে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা মূলক এক কাৰ্যসূচীত এটি নেপালী নৃত্য প্ৰদৰ্শন কৰা হয় । উক্ত নৃত্যত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মাজুলী জিলায়ে স্থান দখল কৰিবলৈ সক্ষম হয় ৷

majuli_new-dance-program_ All India Nepali Cultural Council
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল মাজুলীৰ নেপালী নৃত্য

মাজুলী,26ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল মাজুলীৰ নেপালী নৃত্য ৷ সোমবাৰে অখিল ভাৰতীয় নেপালী সাংস্কৃতিক পৰিষদে 'zoom video conference' ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা মূলক এটি কাৰ্যসূচী গ্ৰহণ কৰে । এই প্ৰতিযোগিতাত অখিল ভাৰতীয় নেপালী সাংস্কৃতিক পৰিষদৰ মাজুলী জিলাৰ দ্বাৰা এটি নেপালী নৃত্য প্ৰদৰ্শন কৰা হয় । উক্ত নৃত্যত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মাজুলী জিলায়ে স্থান দখল কৰিবলৈ সক্ষম হয় । এই কাৰ্য্যসূচী পৰিচালনা কৰে অখিল ভাৰতীয় নেপালী সাংস্কৃতিক পৰিষদৰ অসম প্ৰান্তৰ সহ প্ৰমুখ শ্ৰী যুত মণি কুমাৰ নেৱাৰ আৰু শ্ৰী মতী লক্ষ্মী ছেত্ৰীয়ে ৷

অন্য এক খবৰৰ বাবে: মাত্ৰ 10টকাৰ বাবে যুৱকৰ গাত ঢালিলে এছিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.