ETV Bharat / state

মাজুলীত দৌল যাত্ৰা মহোৎসৱ - মাজুলীত দৌল যাত্ৰা মহোৎসৱ

সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো ফাকুৱা আৰু দৌল উৎসৱৰ কাৰ্যসূচী । পৰম্পৰাগতভাৱে প্ৰায়সমূহ সত্ৰতে আয়োজন কৰা হৈছে ফাকুৱা উৎসৱৰ ।

মাজুলীত দৌল যাত্ৰা মহোৎসৱ
মাজুলীত দৌল যাত্ৰা মহোৎসৱ
author img

By

Published : Mar 28, 2021, 6:54 PM IST

মাজুলী,২৮ মাৰ্চ: প্ৰায় ৪০০ বছৰীয়া পৰম্পৰাৰে মাজুলীত অনুষ্ঠিত হৈছে দৌল উৎসৱ । মাজুলী চামগুৰি সত্ৰত তিনিদিনীয়াকৈ পৰম্পৰাগতভাৱে পালন কৰা হৈছে এই ফাকুৱা উৎসৱৰ । নাম প্ৰসংগৰে মুখৰিত হৈছে মাজুলীৰ দক্ষিণপাট, নতুন চামগুৰি, বেঙেনাআটী গড়মুৰ আদি সত্র ।

মাজুলীত দৌল যাত্ৰা মহোৎসৱ

কেইবাখনো সত্ৰত পালন কৰা হৈছে দৌল উৎসৱৰ । দৌল উৎৱৰ লগত সংগতি ৰাখি একাংশ সত্ৰত আকৌ ভাওনা কাৰ্যসূচীৰো আয়োজন কৰা হৈছে । মুঠতে ফাকুৱা আৰু দৌল যাত্ৰাকলৈ সমগ্ৰ মাজুলীতে দেখা গৈছে আনন্দমুখৰ পৰিৱেশ ।

লগতে পঢ়ক:ছয়গাঁৱত নিৰ্বাচনী কাৰ্যালয় মুকলি ৰেকিবুদ্দিন আহমেদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.