ETV Bharat / state

জনসাধৰণৰ সজাগ কৰিবৰ বাবে মাজুলীত অভিনৱ সজাগতা সমদল

ভোটদানৰ বাবে মাজুলীত সজাগতামূলক সমদল, সমদলত জাতীয় সাজ-পাৰ পিন্ধি শতাধিক মহিলাৰ অংশগ্ৰহণ

author img

By

Published : Mar 30, 2019, 5:45 PM IST

মাজুলীত অভিনৱ সজাগতা সমদল

মাজুলী, ৩০ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মাজুলীত অভিনৱ পদক্ষেপ । মাজুলীৰ আঠ শতাধিক মহিলাই জনসাধৰণক ভোটাধিকাৰৰ বাবে সজাগতা সৃষ্টি কৰাৰ অৰ্থে উলিয়াছেবৃহৎ সমদল । সমদলত অংশগ্ৰহণ কৰা একাধিক মহিলাই বনগাঁও অঞ্চলৰ আত্মসহায়ক গোটৰ । প্ৰতিজন জনসাধৰণৰ ভোটদান এটা মৌলিক অধিকাৰ বুলি বুজোৱাৰ অৰ্থে হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ শতাধিক মহিলাই ভক্তিমূলক গীতৰ লগতে দৰা-কইনা সাজি উলিয়াই এই সমদল । সমদলত অংশগ্ৰহণ কৰা সকলো মহিলাই জাতীয় সাজ-পাৰ পৰিধান কৰে । অসম ৰাজ্যিক জীৱিকা অভিযানৰ সহায়ত মাজুলীত উলিওৱা হয় এই সমদল ।

ভোটদানৰ বাবে মাজুলীত অভিনৱ সজাগতা সমদল

Slug- Majuli Election campaign 

Intro:  মাজুলীত আঠ শতাধিক  মহিলাৰ অভিনৱ নিৰ্বাচনি প্ৰচাৰ। জাতীয় পোছাক পৰিধান কৰি হাতে হাতে বেনাৰ ফেষ্টোন লৈ ৰাজপথত শোভাযাত্ৰা এজাক মহিলাৰ। খেনোৱে বিয়ানাম, খেনোৱে বিহু আৰু কোনোৱে গাইছে দিহানাম । 

চাওঁক আমাৰ এক প্ৰতিবেদন---

VO.... হয় নিৰ্বাচনৰ ভোট বিচাৰি ওলাই আহিছে মাজুলী বনগাঁও অঞ্চলৰ এই সকল মহিলা। এওঁলোক প্ৰত্যেকগৰাকি বেলেগ বেলেগ মহিলা আত্মসহায়ক গোটৰ মহিলা। কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰৰ বাবে অহা নাই এওঁলোক। এওঁলোকে প্ৰচাৰ চলাইছে ভোটাৰক ভোটাধিকাৰ প্ৰদানৰ বাবে জন সচেতনতাৰ। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত চন্দ্ৰপ্ৰভা নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰি নিজৰ ভোটাধিকাৰ প্ৰদানৰ বাবে প্ৰচাৰ চলাইছে এওঁলোকে।
   
বাইট---  

মাজুলীৰ পৰা  যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.