ETV Bharat / state

দীঘলতি দীঘল পাত, মাখিয়তী মাখি পাত, মাখি মাৰো জাত -জাত : গৰু বিহুক লৈ মাজুলীত উছাহ

আৰম্ভ হ’ল বাপতি সাহোন গৰু বিহু ৷ অসমীয়াই আশীৰ্বাদ বিচাৰিছে গো-ধনৰ শ্ৰীবৃদ্ধিৰ ৷

গৰু বিহুক লৈ মাজুলীত উছাহ
author img

By

Published : Apr 14, 2019, 9:45 AM IST

মাজুলী , 14 এপ্ৰিল : আজি গৰু বিহু ৷ সমগ্ৰ ৰাজ্যতে গৰু বিহুক লৈ পাৰভঙা উছাহ ৷ উজনি-নামনিৰ লোক সকলৰ লগতে মাজুলীৰ দাক্ষিণপাট কুমাৰ গাঁৱৰ কৃষিজীৱি লোক সকলেও আজি মৰমৰ গৰুহালক পুৱাই মাহ হালধি , ন-পানীয়ে নোৱাই -ধুৱাই গো ধনৰ সুস্বাস্থ্যৰ কামনা কৰে ৷ লগতে গৃহস্থৰ অপাই অমংগল নহ’বৰ বাবে গো- দেৱতাক প্ৰাৰ্থনা কৰে চহা অসমীয়াই ৷

গৰু বিহুক লৈ মাজুলীত উচ্চাহ। 

VO:-লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰে সৰু তই হবি বৰ গৰু । আজি গৰু বিহু কাইলৈ ৰঙালী বিহু। আৰম্ভ হল বাপুতিহাখোন গৰুবিহু।অসমৰ কৃষিজীৱি ৰাইজে মৰমৰ গৰুহালক ন-পানীয়ে  নোৱাই ধুৱাই খেতিৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যে পুৱাই মাহ সালধিয়ে কপালত এটি ফুট দি গোধনৰ সুস্বাস্থ্য কামনাৰ গৃহস্থৰ অপাই অমংগল নহবৰ বাবে গো- দেৱতাক প্ৰাৰ্থনা কৰে।দীঘলতি দীঘল পাত মাখিৰতী মাখি পাত মাখিমাৰো জাত -জাত।উজনি-নামনিৰ লগতে মাজুলীৰ দাক্ষিণপাট কুমাৰ গাঁৱৰ কৃষি জীৱি লোক মাজত  দেখিবলৈ পোৱা গৈছে গৰু বিহুকলৈ  পাৰ ভঙা উচ্চাহ।

Bite:-স্থানীয় লোক।

মাজুলীৰ পৰা যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.