ETV Bharat / state

মাজুলীৰ 500 বছৰীয়া ঐতিহ্যত কালিকা সনা নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন

সাংস্কৃতিক নগৰী মাজুলীৰ বৈষ্ণৱ সকলৰ নিজস্ব 500 বছৰীয়া পৰম্পৰা ৰীতি-নীতি জীৱন-যাপনৰ পদ্ধতি বৰ্তমানেও চলি আছে ৷  সত্ৰৰ বৈষ্ণৱসকলে ধূতি পৰিধান কৰাৰ লগতে চুলি ৰখাটো উদাসীন বৈষ্ণৱৰ পৰম্পৰা । যাৰ লগত জড়িত হৈ আছে 500 বছৰীয়া আধ্যাত্মিক ভাবাদৰ্শ ৷ কিন্তু শনিবাৰে 500 বছৰীয়া ঐতিহ্যত কালিমা সানিলে এজন নাপিতৰূপী শিক্ষকে

author img

By

Published : Apr 27, 2019, 7:19 PM IST

নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন

মাজুলী, 27 এপ্ৰিলঃ মাজুলীৰ 500 বছৰীয়া ঐতিহ্যত কালিমা সানিলে এজন নাপিতৰূপী শিক্ষকে ৷ মাজুলীৰ ঐতিহাসিক ৰাজসত্ৰৰ কণ কণ বৈষ্ণৱৰ খপলা খপলকৈ চুলি কাটি নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকক গৰাকীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, সাংস্কৃতিক নগৰী মাজুলীৰ বৈষ্ণৱ সকলৰ নিজস্ব 500 বছৰীয়া পৰম্পৰা ৰীতি-নীতি জীৱন-যাপনৰ পদ্ধতি বৰ্তমানেও চলি আছে ৷ সত্ৰৰ বৈষ্ণৱসকলে ধূতি পৰিধান কৰাৰ লগতে চুলি ৰখাটো উদাসীন বৈষ্ণৱৰ পৰম্পৰা । যাৰ লগত জড়িত হৈ আছে 500 বছৰীয়া আধ্যাত্মিক ভাবাদৰ্শ ৷ কিন্তু শনিবাৰে 500 বছৰীয়া ঐতিহ্যত কালিমা সানিলে এজন নাপিতৰূপী শিক্ষকে ৷ মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত এজন ছাত্ৰই বেলেগ ধৰণে চুলি কাটি বিদ্যালয়লৈ অহাৰ বাবেই বিদ্যালখনৰ আন 50 গৰাকীক ছাত্ৰক প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই জধে-মধে চুলি কাটি ছাত্ৰসকলৰ ওপৰত নিৰ্যাতন চলায় ৷ নিৰ্যাতনৰ পাচতে বৈষ্ণৱ ছাত্ৰসকলৰ অভিভাৱকক সকল ঐতিহ্যত আঘাত হনা কাৰ্যত জাঙুৰ খাই উঠে ৷ লগতে শীঘ্ৰে প্ৰধান শিক্ষক গৰাকীক বিদ্যালয়ৰ পৰা আঁতৰাই পঠোৱাৰ দাবী উত্থাপন কৰে ৷ 500 বছৰীয়া ঐতিহ্য পৰম্পৰাৰ আবেগত আঘাত সনা নাপিতৰূপী শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক বিহিত ব্যৱস্থা লোৱাৰো দাবী উত্থাপন কৰে অভিভাৱকসকলে ৷

নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন

আৰু পঢ়ক: ভয়ংকৰ ! আভ্যন্তৰীণ কন্দলত জৰ্জৰিত আলফা স্বাধীন

আনহাতে, ঘটনা সন্দৰ্ভত তীব্ৰ গৰিহণা মাজুলী ছাত্ৰ সন্থাৰ ৷ 24 ঘণ্টাৰ ভিতৰত অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰি মাজুলীৰ ঐতিহ্য বজাই ৰাখিবলৈ আহ্বান জনাই জিলা প্ৰশাসনক ৷

মাজুলী ঐতিহাসিক সত্ৰৰ পৰম্পৰা ত কালিমা সানিলে কোনে?                                    
প্ৰধান শিক্ষক ৰ হাতত কেচি । 
খপলা খপলকৈ কাটিলে বৈষ্ণৱ ৰ চুলি।                               
V.o- সত্ৰীয়া সংস্কৃতিৰ প্ৰানকেন্দ মাজুলী দেশী বিদেশী সকলোৰে আংকষনৰ থলী । সত্ৰীয়া সংস্কৃতিৰ ৫ শ বছৰীয়া ঐতিহ্য এতিয়াও অক্ষত অৱস্থাত আছে মাজুলীৰ সত্ৰসমূহত । বৈষ্ণৱ সকলৰ নিযস্ব  পৰম্পৰা ৰীতি নীতি জীৱন যাপন পদ্বতি ৫ শ বছৰে চলি আহিছে। সত্ৰৰ বৈষ্ণৱ সকলে ধূতি পাজ্ঞাৱী পৰিধ্যান কৰাৰ লগতে চুলি ৰখাটো উদাসীন বৈষ্ণৱ ৰ পৰম্পৰা । যাৰ লগত আধ্যাত্মিক ভাবাৰ্দশ ধৰ্মীয় ৫ শ বছৰীয়া ঐতিহ্য জড়িত আছে। কিন্তু ৫ শ বছৰীয়া ঐতিহ্য ত কালিমা সানিলে এজন নাপিত ৰুপী শিক্ষকে। মাজুলীৰ ঐতিহাসিক ৰাজ সত্ৰৰ কন কন বৈষ্ণৱ ৰ এই দৃশ্য চাওক সকলোৰে চুলি খপলা খপলৈ কাতি দিলে। এক প্ৰকাৰে ঐতিহ্য ত আঘাত হানি হতত কেচি লৈ এফালৰ পৰা জধে মধে নিৰ্যাতন চলাই কাটি পেলালে চুলি। কাৰোকাক আগফালে কাটিলে কাৰোবাৰ পাচফালে মুঠৰ ওপৰত প্ৰায় ৩০ জন কন কন বৈষ্ণৱ ৰ চুলি এনেদৰে আজি শনিবাৰৰ দিনটোত কাটি দিলে প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া ই। কান্দি কান্দি গোচৰ কনকন বৈষ্ণৱে গোচৰ দিলেগৈ অভিভাৱক।    মাজুলীৰ আউনীআটী উচ্ছ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা। ৫ বছৰীয়া সত্ৰৰ ঐতিহ্য ত আঘাত হনা কাৰ্যত জাঙুৰ খাই উঠিছে বৈষ্ণৱ সকল । সত্ৰৰ চৰাত সভা পাতি তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰধান শিক্ষক গৰাকীক। লগতে সেইখন বিদ্যালয় ত পঢ়িবলৈ নিদিয়াৰ কথাও উল্লেখ কৰিছে। 

  প্ৰধান শিক্ষক গৰাকীক শীঘ্ৰেই বিদ্যালয় ৰ পৰা আতৰাই পঠোৱাৰ দাবী অভিভাৱক বৈষ্ণৱ সকলৰ। ৫ শ বছৰীয়া ঐতিহ্য পৰম্পৰা আবেগত আঘাত হনা নাপিত ৰুপী শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক বিহিত ব্যৱস্থা লোৱাৰো দাবী। অনন্ত কাললৈ কালিমা সানিলে এই গৰাকী শিক্ষকে বহু বৈষ্ণৱে মুৰত চুলি ৰাখি খোপাবান্ধি কলেজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে।

মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.