ETV Bharat / state

বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী - বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মুকলি কৰিলে মাজুলীত নিৰ্মিত ৰাজ্যৰ প্ৰথমটো হেলিপৰ্ট ৷ 50 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে হেলিপৰ্টটো ৷

heliport-inaugurated-in-majuli-by-assam-cm
বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী
author img

By

Published : Feb 4, 2021, 8:00 PM IST

মাজুলী, 4 ফেব্ৰুৱাৰী : মাজুলীৰ যাতায়ত ব্যৱস্থাত সংযোজিত হ’ল এক যুগান্তকাৰী পদক্ষেপ । বায়ু পথেৰে সংযোজিত হ'ল মাজুলী । নদী দ্বীপ মাজুলীৰ ইতিহাসৰ আজিৰ দিনতো এক যুগান্তকাৰী আৰু প্ৰগতিকামী দিন ।

যাতায়ত ব্যৱস্থাৰে দূৰ্গম বিশ্বৰ বৃহত্তম নদী দ্বীপ জিলা মাজুলীক বায়ু পথেৰে সংযোজিত কৰা হ'ল আজিৰ দিনটোত । মাজুলীক বহিঃ জগতৰে কম সময়ৰ ভিতৰত যোগাযোগৰ কাৰণে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্নয়নৰ এক উজ্জল প্ৰমাণ দাঙি ধৰি বৃহস্পতিবাৰে মাজুলী জিলা সদৰ গড়মুৰৰ নাতি দূৰৈত অৱস্থিত বৰবাৰীত উদ্বোধন কৰে ৰাজ্যৰ প্ৰথমটো হেলিপৰ্ট । ইয়াৰ সামান্তৰালভাৱে মূখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে হেলিপৰ্টৰ অতিথিগৃহও ।

বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী

হেলিপৰ্ট উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় চৰকাৰে লোৱা আঁচনিসমূহ সদব্যৱহাৰ কৰি মাজুলীবাসীৰ সক্ৰিয় সহযোগিতাত আজি অসমৰ প্ৰথমটো হেলিপৰ্ট নিৰ্মাণ কৰা হৈছে মাজুলীত ।

লগতে পঢ়ক : ডুমডুমা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.