ETV Bharat / state

মাজুলীৰ ৰাসত এগৰাকী ইটালীৰ মীৰাবাই..

author img

By

Published : Nov 12, 2019, 10:12 PM IST

সাত সাগৰ তেৰ নদী পাৰ হৈ অসমলৈ ধপলীয়াই আহিছে ল'পেজ গঞ্জালজ ৷ শৰৎ কালৰ পূৰ্ণিমা ৰাতি স্বচক্ষে ৰাসলীলা উপভোগ কৰিবলৈ সুদূৰ ইটালীৰ পৰা মাজুলীলৈ আহিছে এইগৰাকী বিদেশী মহিলা ৷ এই সন্দৰ্ভত চাওঁক আমাৰ এক বিশেষ প্ৰতিবেদন...

মাজুলী ৰাস চাবলৈ বিদেশীৰ আগমণ

সাত সাগৰ তেৰ নদী পাৰ হৈ অসমলৈ ধপলীয়াই আহিছে ল'পেজ গঞ্জালজ ৷ শৰৎ কালৰ পূৰ্ণিমা ৰাতি স্বচক্ষে ৰাসলীলা উপভোগ কৰিবলৈ সুদূৰ ইটালীৰ পৰা মাজুলীলৈ আহিছে এইগৰাকী বিদেশী মহিলা ৷ এই সন্দৰ্ভত চাওঁক আমাৰ এক বিশেষ প্ৰতিবেদন...

সাত সাগৰ তেৰ নদী পাৰ হৈ অসমলৈ এগৰাকী ৰাসপ্ৰেমী

Intro:মূখ্যমন্ত্রীৰ মন্তব্য মাজুলীত

জেঙৰাই আদৰ্শ চিকিৎসালয়ৰ শুভ মুকলিয়ে নৱ সংযোজন ঘটালে নদী দ্বীপ মাজুলীৰ স্বাস্থ্য খণ্ডত।

মাজুলীৰ সীমামুৰীয়া অঞ্চলত প্ৰতিষ্ঠা হোৱা এই চিকিৎসালয়ে মাজুলীৰ লগতে কাষৰীয়া দুখন জিলাৰো জনসাধাৰণক উপকৃত কৰিব।

ভবিষ্যতত মাজুলীক লৈ বহু পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

বন্যহস্তী লাডেনক লৈ প্ৰতিক্ৰিয়া মূখ্যমন্ত্রীৰ।

পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপক লৈ ভূয়সী প্ৰশংসা মূখ্যমন্ত্রীৰ।Body:মাজুলীৰ পৰা যদুমনি শইকীয়াConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.