ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

author img

By

Published : Jan 25, 2020, 7:44 PM IST

মাজুলীৰ জেংৰাইমুখ থানা চাৰিআলিৰ পৰা শনিবাৰে কংগ্ৰেছে বাহিৰ কৰে এক জনজাগৰণ যাত্ৰা ৷ এই যাত্ৰাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গ ৷

মাজুলী
জনজাগৰণ যাত্ৰা

মাজুলী,25 জানুৱাৰীঃ মাজুলীৰ জেংৰাইমুখ থানা চাৰিআলিৰ পৰা শনিবাৰে কংগ্ৰেছে বাহিৰ কৰে এক জনজাগৰণ যাত্ৰা ৷ এই যাত্ৰাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গ ৷ জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰা সহস্ৰাধিক লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ লগতে বিজেপি চৰকাৰ বিৰোধী শ্ল'গান দিয়ে উপস্থিত লোকসকলে ৷

মাজুলী সন্দৰ্ভত প্ৰতিক্ৰিয়া

আনহাতে,মাজুলী সন্দৰ্ভত ৰাজ্যসভাত মহাৰাষ্ট্ৰৰ সাংসদ ড০ বিনয় পি সহস্ৰবুদ্ধেই কৰা অপমানৰ বিৰুদ্ধে সৰৱ হৈ পৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাট ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাও বাচি নগ’ল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু অপূৰ্ব ভট্টাচাৰ্যই কৰা কঠোৰ সমালোচনাৰ পৰা ৷ জনজাগৰণ যাত্ৰাৰ কাৰ্যসূচীত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ভোট বেংকৰ স্বাৰ্থত হিন্দু-বঙালীৰ পক্ষত বিজেপি চৰকাৰে সহযোগিতা আগবঢ়োৱা বুলি মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

লগতে চাওকঃশনিবাৰে হ্ৰাস পালে পেট্ৰ'ল, ডিজেলৰ মূল্য

Intro:মুখ্যমন্ত্ৰীৰ সমষ্টিত কংগ্ৰেছৰ জণজাগৰণ যাত্ৰাঃ
সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ কা বিৰুদ্ধে ধ্বনিঃ
ৰিপুণ কৰা, হৰিশ ৰাৱট, অপুৰ্ব ভট্টাচাৰ্য্য ৰাজীৱ লোচন পেগুৰ নেতৃত্বত ৫ কি মি পদ যাত্ৰাঃ
মুখ্যমন্ত্ৰী আৰু বিজেপি বিৰুদ্ধে ধ্বনিঃ

VO... আজি মাজুলী জেংৰাইমূখ থানা চাৰিআলিৰ পৰা কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ উপস্থিতত বিশাল সমদল বাহিৰ কৰি ৫ কিলোমিটাৰ জনজাগৰণ যাত্ৰা কৰে। সহস্ৰাধিক জনতাই কা বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰুধি নীতি বিৰুদ্ধে ধ্বনি দিয়ে। ইফালে মাজুলীক ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে কৰা অপমানক হৰিশ ৰাৱতে খুৰধাৰ সমালোচনা কৰে।
  বাইটঃ হৰিশ ৰাৱত।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু অপুৰ্ব ভট্টাচাৰ্য্যই।
  বাইটঃ ৰিপুণ বৰা
বাইট : অপূৰ্ব ভট্টাচাৰ্য্য

একেদৰে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ভোট বেংকৰ স্বাৰ্থত হিন্দু বঙালীৰ পক্ষ্যত বিজেপি চৰকাৰ বুলি কয়।
   বাইটঃ ৰাজীৱ লোচন পেগু।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.