ETV Bharat / state

মাজুলীৰ লখিমী পথাৰত কাতি বিহু পালন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Oct 18, 2019, 7:40 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ লখিমী পথাৰত জ্বলালে কাতি বিহুৰ বন্তি ৷ ৰাইজৰ মংগলাৰ্থে প্ৰাৰ্থনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

মাজুলীৰ লখিমী পথাৰত কাতি বিহু পালন মুখ্যমন্ত্ৰীৰ

মাজুলী,18 অক্টোবৰঃ মাজুলীৰ লখিমী পথাৰত আকৰ্ষণীয় পৰিৱেশত কাতি বিহুৰ অনুষ্ঠানত ভাগ ল'লে মুখ্যমন্ত্ৰীয়ে ৷ এহাজাৰ এগছি বন্তিৰে জিলিকিল মাজুলীৰ লখিমী পথাৰ। মাজুলী মাজৰ দেউৰীৰ লখিমী পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে কাতি বিহু। মাজুলীৰ লখিমী পথাৰত কাতি বিহুৰ চাকি জ্বলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কাতি বিহুৰ ৰীতি নীতি অনুষ্ঠানত অংশগ্ৰহণ কৰি চাকি জ্বলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংস্কৃতিক মন্ত্ৰী নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে বহু কেইজন বিধায়কে ।

মাজুলীৰ লখিমী পথাৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.