ETV Bharat / state

মাজুলীত শিশুক ভুল প্ৰতিষেধক! - স্বাস্থ্য বি

পৰিয়ালৰ লোকে অভিযোগ কৰে যে শিশুটিক স্বাস্থ্য কেন্দ্ৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক যোগান নোহোৱাৰ অজুহাতত জাপানীজ এনকেফেলাইটিছৰ পৰিৱৰ্তে প্ৰদান কৰা হৈছিল অন্য এক প্ৰতিষেধক । ইয়াৰ ফলতে কণমানি শিশুটি অকাল মৃত্যুক সাৱতি লয়।

মাজুলীত শিশুক ভুল প্ৰতিষেধক!
author img

By

Published : Jun 23, 2019, 11:25 PM IST

মাজুলী,23 : জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এটি কণমানি শিশুৰ। শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় মাজুলী পতিয়ৰি গাঁৱৰ নিবাসী চুৰেণ বৰা আৰু নিতুমনি বৰাৰ 11 মহীয়া পুত্ৰ পল্লৱ বৰাৰ৷

জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এটি কণমানি শিশুৰ

পৰিয়ালৰ লোকে অভিযোগ কৰে যে শিশুটিক স্বাস্থ্য কেন্দ্ৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক যোগান নোহোৱাৰ অজুহাতত জাপানীজ এনকেফেলাইটিছৰ পৰিৱৰ্তে প্ৰদান কৰা হৈছিল অন্য এক প্ৰতিষেধক । ইয়াৰ ফলতে কণমানি শিশুটি অকাল মৃত্যুক সাৱতি লয়।

তথাপিও যে, গা লৰা নাই মাজুলী স্বাস্থ্য বিভাগৰ । আজি চাৰিদিন পুৰ্বে শিশুটিৰ ওচৰ চুবুৰীয়াৰ 8 টা পৰিয়ালৰ তেজৰ নমুনা সংগ্ৰহতে দ্বায়িত্ব সামৰিছে। সজাগতা, প্ৰতিষেধক বা মহৰ উৎস নিৰ্মূলৰ কোনো দিহা কৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টিৰ স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই নিৰ্লিপ্ত ভূমিকাত আতংকিত হৈ পৰিছে মাজুলীবাসী।

মাজুলীত জাপানীজ এনকেফেলাইটিছত ১১ মহীয়া শিশুৰ মৃত্যুঃ
হিমন্তৰ স্বাস্থ্য বিভাগত নাই জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক টিকাঃ
প্ৰতিষেধকৰ অভাৱেই শিশুটিৰ মৃত্যুৰ কাৰকঃ
এতিয়াও গা-ল'ৰা নাই মাজুলী স্বাস্থ্য বিভাগৰঃ
আতংকিত মাজুলীবাসীঃ

VO... মাজুলীত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এটি কণমানি শিশুৰ। মাজুলী পতিয়ৰি গাঁৱৰ নিবাসী চুৰেণ বৰা আৰু নিতুমনি বৰাৰ ১১ মহীয়া শিশু পুত্ৰ পল্লৱ বৰা যোৱা কালি শনিবাৰে যোৰহাট চকিৎসা মহাবিদ্যাত মৃত্যু হয়। পৰিয়ালৰ লোকে অভিযোগ কৰে যে শিশুটিৰ সময়মতে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক তিনিমাহ চৰকাৰী যোগান নোহোৱা উজুহাতত ওভোতাই পথাই। যাৰ পৰিনতিত কণমানি শিশুটি অকাল মৃত্যুক সাৱতি লয়।

  বাইট--- দেউতাক

এই ঘটনাই সমগ্ৰ মাজুলীতে এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। এই ঘটনাৰ মাজুলী স্বাস্থ্য বিভাগৰ এতিয়াও গা-ল'ৰা নাই। আজি চাৰিদিন পুৰ্বে শিশু টিৰ সমিপৱতি মাত্ৰ ৮ টা পৰিয়ালৰ তেজৰ নমুনা সংগ্ৰহতে দ্বায়িত্ব সামৰিছে। সজাগতা, প্ৰতিষেধক বা মহৰ উৎস নিৰ্মূলৰ কোনো দিহা কৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টিৰ স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই নিৰ্লিপ্ত ভূমিকাত আতংকিত হৈ পৰিছে মাজুলীবাসী।

 বাইট-- স্থানীয় লোক।

যদুমণি শইকীয়া মাজুলী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.