ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে পাহৰিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি;এতিয়াও ভগা বাঁহৰ দলঙেই ভৰসা মাজুলীত

author img

By

Published : Aug 27, 2019, 2:27 PM IST

ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথৰ পহুমৰা জানৰ ওপৰত থকা ভগা বাঁহৰ দলঙেৰে পাৰ কৰে ছাত্ৰ ছাত্ৰী সকলে৷ কলৰ ভূৰেৰেও জান পাৰাপাৰ কৰিবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলে৷ ইপিনে দলংখনৰ এনে দুৰৱস্থাৰ বাবে পঞ্চায়তবাসীয়ে লাভ নকৰে এম্বুলেঞ্চ সেৱা ৷

মাজুলী পহুমৰা ঘাটত ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ!

মাজুলী, 27 আগষ্টঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উন্নয়ন হৈছে বুলি চৰকাৰে কৃতিত্ব লোৱাৰ প্ৰয়াস কৰি থকাৰ সময়তেই মাজুলীৰ বহু গুৰুত্বপূৰ্ণ অঞ্চলত আজি পৰ্যন্ত উন্নয়নৰ পোহৰ পৰা নাই। মাজুলী অঞ্চলৰ তেনে এটা অৱহেলিত অঞ্চল হৈছে ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথ । অঞ্চলটোলৈ যোৱাৰ পথত এটি জান থকাৰ বাবে যাতায়াতৰ বাবে এখন বাঁহৰ দলং প্ৰতিবছৰে ৰাইজে নিৰ্মাণ কৰি ল’ব লাগে।

অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথৰ পহুমৰা জানৰ ওপৰত থকা দলংখনৰ দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে বিপদ সংকুল ভাৱে পহুমৰা জান পাৰ কৰিব লগীয়া হয়৷ ভগা বাঁহৰ দলঙেৰে জান পাৰ কৰে ছাত্ৰ ছাত্ৰী সকলে৷ কলৰ ভূৰেৰেও জান পাৰাপাৰ কৰিবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলে৷ ইপিনে দলংখনৰ এনে দুৰৱস্থাৰ বাবে পঞ্চায়তবাসীয়ে লাভ নকৰে এম্বুলেঞ্চ সেৱা ৷ যাৰ ফলত গাঁওখনৰ ৰোগী ,প্ৰসুতি সকলে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৷ ৰাইজে চৰকাৰ-প্ৰশাসনক জনোৱাৰ পাছতো একো ভূমিকা বৰ্তমানেও গ্ৰহণ নকৰাত ৰাইজে দুখ প্ৰকাশ কৰিছে।

Intro:@ মাজুলী পহুমৰা ঘাটত ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ।
@ কলৰ ভূৰেৰে পাৰাপাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টিৰ কণ কণ ছাত্ৰ ছাত্ৰী।
@ ২০/৩০ খন গাঁৱৰ সাধাৰণ ৰাইজৰ বিলাই বিপৰ্তিৰ নাই অন্ত।
@ কলৰ ভোৰেৰে বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ ছাত্ৰীৰ।
@ মাজুলী ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথৰ পহুমৰা জানৰ দুৰ্বস্থা এয়া।
 @ ভাগ বাঁহৰ দলঙেৰেও পাৰাপাৰ নহয় 108, প্ৰসুতি মাতৃ, ৰোগী।

চাওঁক আমাৰ এক প্ৰতিবেদন---- 
 
 Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.