ETV Bharat / state

বানৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত পশুধন - majuli

বিশেষকৈ মাজুলীৰ বানপীড়িত অঞ্চলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে পশুধন ৷ তেনে এক বিপৰ্যয়ৰ সময়ত পশুধনৰ চিকিৎসা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয় ৷

বানৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত পশুধন
author img

By

Published : Aug 11, 2019, 2:30 PM IST

মাজুলী,11 আগষ্টঃ মাজুলীৰ বানপীড়িত অঞ্চলত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছে পশুধনৰ । অঞ্চলটোৰ পাঁচ শতাধিক পৰিয়ালৰ বান আঁতৰাৰ পাছত গৰু ছাগলী গাহৰি আদি পশুধনৰ বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছে ৷ এনে সময়তে কৃষক বন্ধুৰ উদ্যোগত উত্তৰ লখিমপুৰ পশুচিকিৎসা মহাবিদ্যায়ৰ অধ্যাপক আৰু ছাত্ৰসকলে "পশু সমৃদ্ধি" নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চিকিৎসা প্ৰদান কৰে পশুধনৰ ।

বানৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত পশুধন

মাজুলী ডাম্বোকিয়াল, ডাম্বোচুক আৰু শিমলুগুৰী অঞ্চলৰ দুই সহস্ৰাধিক পশুধনক চিকিৎসা প্ৰদান কৰাৰ লগতে বিভিন্ন ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰে ।এওঁলোকে ঘৰে ঘৰে গৈ প্ৰতিষেধক টিকা প্ৰদান কৰাত যথেষ্ট পৰিমাণে সকাহ পাইছে মাজুলীৰ এই সকল কৃষিজীৱি লোকে।

Intro:# মাজুলীৰ বন্যাত্বৰ পশুধনৰ কাষত চিকিৎসকৰ দলঃ
# হিমজি চেপ্টি চেমিয়াত আক্ৰান্ত পশুধনৰ চিকিৎসা প্ৰদানঃ
# লখিমপুৰ পশু চিকিৎসা মহাবিদ্যায়ৰ জনহিতষি কাৰ্যসূচীৰ সলাগঃ

VO.... মাজুলীৰ বান পিড়িত অঞ্চলত পশুধনৰ বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছে। এনে সময়তে কৃষক বন্ধুৰ উদ্যোগত উত্তৰ লখিমপুৰ পশুচিকিৎসা মহাবিদ্যায়ৰ প্ৰফেচাৰ আৰু ছাত্ৰই পশু সমৃদ্ধি নামৰ চেচ্ছাসেৱী সংগঠনৰ সহযোগত পশুধনৰ চিকিৎসা প্ৰদান কৰে। মাজুলী ডাম্বোকিয়াল, ডাম্বোচুক আৰু শিমলুগুৰী অঞ্চলৰ দুই সহস্ৰাধিক পশুধনক চিকিৎসা প্ৰদান কৰাৰ লগতে বিভিন্ন ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰে।
বাইট--- এচ ডি চি মাজুলী।
অঞ্চলটোৰ পাঁচ শতাধিক পৰিয়ালৰ বান আতৰাৰ পাছত দেখা দিয়া গৰু ছাগলী গাহৰি আদি পশুধনৰ বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছে মাজুলীত। এনে সময়ত কৃষক বন্ধুৰ উদ্যোগত উত্তৰ লখিমপুৰ পশুধনৰ মহাবিদ্যায়ৰ প্ৰফেচাৰ, ছাত্ৰ আৰু মাজুলী পশু চিকিৎসা বিভাগে গ্ৰহণ কৰা ঘৰে ঘৰে গৈ প্ৰতিষেধক টিকা দিয়াত সকাহ পাইছে কৃষি জীবি মাজুলীৰ এই সকল লোকে।
বাইট---2

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.