লখিমপুৰ, 4 ছেপ্তেম্বৰ : লখিমপুৰৰ বান্দৰদেৱাত দুখনকৈ ট্ৰাক অবৰোধ কৰে বৃহৎ নদীবান্ধ বিৰোধী ঐক্যমঞ্চই ৷ কৌশলেৰে NHPC য়ে সামগ্ৰী কঢ়িয়াইছিল ট্ৰাক কেইখনৰে ৷ ট্ৰাক কেইখনৰ নম্বৰ GJ 01 dx 5242 আৰু GJ 01 dy 9221। জলবিদ্যুৎ প্ৰকল্পৰ বৃহৎ বৃহৎ যন্ত্ৰাংশ নিয়া হৈছিল নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পলৈ ৷ বান্দৰদেৱাত ট্ৰাক আৱদ্ধ কৰি আন্দোলনত নামি পৰিছে বৃহৎ নদীবান্ধ বিৰোধী ঐক্যমঞ্চ । কোনো কাৰণতে সামগ্ৰী সৰবৰাহ কৰিবলৈ নিদিয়াৰ হুংকাৰ ঐক্যমঞ্চৰ ।
NHPC ৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক আৱদ্ধ - সোৱণশিৰী জলবিদ্যুত প্ৰকল্প
কৌশলেৰে NHPC য়ে সামগ্ৰী কঢ়িয়াইছিল ট্ৰাক কেইখনৰে ৷ ট্ৰাক কেইখনৰ নম্বৰ GJ 01 dx 5242 আৰু GJ 01 dy 9221। জলবিদ্যুৎ প্ৰকল্পৰ বৃহৎ বৃহৎ যন্ত্ৰাংশ নিয়া হৈছিল নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পলৈ
NHPC ৰ সামগ্ৰী কঢ়িওয়া ট্ৰাক আৱদ্ধ
লখিমপুৰ, 4 ছেপ্তেম্বৰ : লখিমপুৰৰ বান্দৰদেৱাত দুখনকৈ ট্ৰাক অবৰোধ কৰে বৃহৎ নদীবান্ধ বিৰোধী ঐক্যমঞ্চই ৷ কৌশলেৰে NHPC য়ে সামগ্ৰী কঢ়িয়াইছিল ট্ৰাক কেইখনৰে ৷ ট্ৰাক কেইখনৰ নম্বৰ GJ 01 dx 5242 আৰু GJ 01 dy 9221। জলবিদ্যুৎ প্ৰকল্পৰ বৃহৎ বৃহৎ যন্ত্ৰাংশ নিয়া হৈছিল নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পলৈ ৷ বান্দৰদেৱাত ট্ৰাক আৱদ্ধ কৰি আন্দোলনত নামি পৰিছে বৃহৎ নদীবান্ধ বিৰোধী ঐক্যমঞ্চ । কোনো কাৰণতে সামগ্ৰী সৰবৰাহ কৰিবলৈ নিদিয়াৰ হুংকাৰ ঐক্যমঞ্চৰ ।
Intro:নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ আন্দোলনৰ মাজতে কৌশলেৰে সৰবৰাহ কৰা হৈছে সামগ্ৰী।Body:বান্দৰদেৱাত NHPC অভিমুখী সামগ্ৰী কঢ়িয়াই অনা দুখনকৈ ট্ৰাক অবৰোধ।বৃহৎ নদীবান্ধ বিৰোধী ঐক্যমঞ্চৰ। অবৰোধ কৰিছে দুয়োখন ট্ৰাক।ট্ৰাক কেইখনৰ নম্বৰ GJ 01 dx 5242 আৰু GJ01 dy 9221।
কোনো কাৰণতে সামগ্ৰী সৰবৰাহ কৰিবলৈ নিদিয়াৰ হুংকাৰ ঐক্যমঞ্চৰ।Conclusion:টেইলৰ দুখনত কঢিয়াই অনা হৈছিল ।জলবিদ্যুত প্ৰকল্পৰ বৃহত বৃহত যন্ত্ৰাংশ।বান্দৰদেৱাত টেইলৰ আৱদ্ধ কৰি আন্দোলনত নামি পৰিছে বৃহৎ নদীবান্ধ বিৰোধী ঐক্যমঞ্চ।

Last Updated : Sep 4, 2019, 9:53 AM IST