ETV Bharat / state

লখিমপুৰত CABৰ বিৰোধিতাৰে জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল তথা আহোম জাতিৰ জনজাতিকৰণৰ দাবীত লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম ছাত্ৰ সন্থাই ৷

tai ahom students union protest against cab in lakhimpur
লখিমপুৰত টাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Nov 29, 2019, 11:49 PM IST

লখিমপুৰ, 29 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-2016 বাতিল আৰু টাই আহোম জাতিৰ জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ-সন্থাই উত্তাল কৰিলে লখিমপুৰৰ ৰাজপথ ৷ শুকুৰবাৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা লখিমপুৰ জিলা সমিতিৰ উদোগ্যত গ্ৰহণ কৰা হয় এই পদক্ষেপ ৷ বছৰ বছৰ ধৰি টাই আহোম সকলক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ সংগঠনটোৰ ৷ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দিলে টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বই ৷

লখিমপুৰত টাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

লগতে পঢ়কঃ সোণাৰিত নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক তথা টাই আহোমৰ জনজাতীকৰণৰ দাবীত উত্তাল লখিমপুৰ ৰ ৰাজপথ।

Body:টাই আহোম ছাত্র সন্থাৰ কেন্দীয় সমিতিৰ আহ্বানত লখিমপুৰ জিলা সমিতিৰ উদ্যোগ ত উলিওৱা হয় জোৰ সমদল। প্ৰতিবাদকাৰী সংগঠণটোৰ দাবী ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বাতিল কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কাম। লগতে জনজাতি কৰণৰ ক্ষেত্ৰত ল ওক পদক্ষে। বছৰ বছৰ ধৰি টাই আহোম সকলক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ সংগঠণটোৰ।

Conclusion:অন্যথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ টাই আহোম ছাত্র সন্থাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.