লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত নোহোৱাৰ বাবে ৰাজ্যত অব্যাহত আছে হৰ্ষোল্লাস। কিন্তু হৰ্ষোল্লাসৰ মাজেতে লখিমপুৰত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা। CAB নহয়, এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত লখিমপুৰত ৰাজপথত জ্বলোৱা হয় সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।
লখিমপুৰৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা - লখিমপুৰ প্ৰতিবাদ
কেব নহয়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল কোচ ৰাজবংশী ছাত্ৰ সন্থা
etv bharat
লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত নোহোৱাৰ বাবে ৰাজ্যত অব্যাহত আছে হৰ্ষোল্লাস। কিন্তু হৰ্ষোল্লাসৰ মাজেতে লখিমপুৰত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা। CAB নহয়, এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত লখিমপুৰত ৰাজপথত জ্বলোৱা হয় সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।
Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাম কাটিল যদিও লখিমপুৰত পুণৰ জ্বলিল মুখ্যমন্ত্ৰী প্ৰতিকৃতি।জনজাতি কৰণক লৈ পুণৰ সৰব লখিমপুৰৰ দল সংগঠন।Body:এইয়া লখিমপুৰৰ পৰিবেশ । প্ৰায় দেৰ মাহে দল সংগঠনে প্ৰতিবাদ কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। কিন্তু ৰাজ্যসভাৰ অন্তিম দিনত উথাপন নহল নাগৰিকত্ব সংশোধনী বিধেয়ক। কিন্তু নকমিল প্ৰতিবাদ বৃহস্পতিবাৰে লখিমপুৰত পুণৰ প্ৰতিবাদ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ।প্ৰসংগ ছয় জনগোষ্ঠীৰ জনজাতি কৰণ। কোঁচ ৰাজবংশীৰ নেতৃত্বত লখিমপুৰ নগৰৰ মাজ মজিয়াত সংগঠনটোৰ সদস্যই প্ৰতিকৃতি দাহ কৰিলে মুখ্যমন্ত্ৰীৰ । দাবী তুলিলে জনজাতি কৰণৰ প্ৰসংগক লৈ কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পুৰণ নকৰিলে।সদনত উথাপন নহল জনজাতি কৰণৰ প্ৰসংগও।
Byte:
Conclusion:কোঁচ ৰাজবংশীৰ হুংকাৰ জনজাতি কৰণ প্ৰসংগক লৈ এইবাৰ চৰকাৰৰ চতুৰালি মানি লোৱা নহব। জংগী হব আন্দোলন।
লখিমপুৰ পৰা নীলপৱন সভাপণ্ডিত।
Byte:
Conclusion:কোঁচ ৰাজবংশীৰ হুংকাৰ জনজাতি কৰণ প্ৰসংগক লৈ এইবাৰ চৰকাৰৰ চতুৰালি মানি লোৱা নহব। জংগী হব আন্দোলন।
লখিমপুৰ পৰা নীলপৱন সভাপণ্ডিত।