লখিমপুৰ , 11 ছেপ্টেম্বৰঃ বুধবাৰে লখিমপুৰত ডেকাৰগাঁও-মূৰ্কংচেলেক ৰে'ল অৱৰোধ কৰিলে ত্ৰিশতকৈও অধিক সংগঠনৰ লগতে স্থানীয় লোকে ।লখিমপুৰ দলহাতৰ কঠালপুখুৰী ৰে'ল ষ্টেচনত দূৰণিবটীয়া ৰে'ল ৰখোৱাৰ দাবীত প্ৰায় ২ ঘণ্টা সময়ধৰি ৰে'ল অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত ৰে'ল বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ৰাইজৰ দাবী উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰোৱাৰ আশ্বাস প্ৰদান কৰাত ৰাইজে উঠাই লয় অৱৰোধ কাৰ্যসূচী ৷
লখিমপুৰত দূৰণিবটীয়া ৰে'ল ৰখোৱাৰ দাবীত ৰে'ল অৱৰোধ - ডেকাৰগাঁও-মূৰ্কংচেলেক ৰে'ল
কঠালপুখুৰী ৰে'ল ষ্টেচনত দূৰণিবটীয়া ৰে'ল ৰখোৱাৰ দাবীত ৰে'ল অবৰোধ ৩০ টা সংগঠন আৰু স্থানীয় ৰাইজৰ ৷ 2 ঘণ্টা সময় অৱৰোধ কৰি ৰাখিলে ডেকাৰগাঁও-মূৰ্কংচেলেক ৰে'ল ৷

লখিমপুৰত ৰে'ল অৱৰোধ