ETV Bharat / state

লখিমপুৰত দুই যান-বাহন পৰিদৰ্শকৰ বিৰুদ্ধে প্ৰতিবাদ - লখিমপুৰত দুই যান-বাহন পৰিদৰ্শকৰ বিৰুদ্ধে প্ৰতিবাদ

সোমবাৰে দুই যান-বাহন পৰিদৰ্শকৰ ধন দাবীক লৈ উত্তাল হৈ পৰে লখিমপুৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়। অসমীয়া যুৱ মঞ্চ আৰু জাতীয়তাবাদী যুৱ পৰিষদে কাৰ্যালয়টোৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

লখিমপুৰত দুই যান-বাহন পৰিদৰ্শকৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চ আৰু জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Nov 18, 2019, 3:58 PM IST

Updated : Nov 18, 2019, 4:48 PM IST

লখিমপুৰ, 18 নৱেম্বৰঃ সোমবাৰে দুই যান-বাহন পৰিদৰ্শকৰ ধন দাবীক লৈ উত্তাল হৈ পৰে লখিমপুৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয় । অসমীয়া যুৱ মঞ্চ আৰু জাতীয়তাবাদী যুৱ পৰিষদে কাৰ্যালয়টোৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ কাৰ্যসূচী ৷ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷ যান-বাহন পৰিদৰ্শক দুই বিষয়া ক্ৰমে পলাশ হাজৰিকা আৰু ৰাদেন পাংগিঙক নিলম্বনৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লখিমপুৰত দুই যান-বাহন পৰিদৰ্শকৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চ আৰু জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ইফালে,সমগ্ৰ ঘটনাত লজ্জানত লখিমপুৰ জিলাৰ জিলা পৰিবহণ বিষয়া ৷ দুই বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে উৰ্ধতন কতৃপক্ষক অৱগত কৰিছে জিলা পৰিবহণ বিষয়াই ৷ ইয়াৰ পূৰ্বেও যান-বাহন পৰিদৰ্শক পলাশ হাজৰিকাৰ বিৰুদ্ধে উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশক কেৰেপ নকৰাৰ অভিযোগ আছে ৷

লগতে পঢ়কঃ অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা

Intro:এনফৰ্চমেণ্ট বিষয়াৰ ধন দাবীক লৈ উত্তাল লখিমপুৰ জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়। এনফৰ্চমেণ্ট বিষয়াৰ কাৰ্যালয় উদং। বাহিৰত দুই সংগঠণ ক্ৰমে অসমীয়া যুৱ মঞ্চ আৰু জাতীয়তাবাদী যুৱ পৰিসদৰ উত্তাল প্ৰতিবাদ‌।

Body:পৰিৱহণ মন্ত্ৰী চন্দমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা সংগঠণৰ দাবী ডাম্পাৰৰ চালক তথা মালিকক ধন দাবী কৰা দুই এনফৰ্চমেণ্ট বিষয়া ক্ৰমে পলাশ হাজৰিকা আৰু ৰাদেন পাংগিংঙক বৰ্খাস্ত কৰক চাকৰিৰ পৰা। অন্যথা লখিমপুৰ পৰিৱহণ বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দুই সংগঠণৰ।

Conclusion:ইফালে সমগ্ৰ ধন দাবী ঘটনাট লজ্জিত জিলা পৰিৱহণ বিষয়া। এইয়া বিভাগৰ বাবে লজ্জাজনক ঘটনা বুলি অভিহিত কৰি পৰিবহন বিষয়াই সমগ্ৰ ঘটনা লিখিত আকাৰে উধতম কৰ্তৃপক্ষক অৱগত কৰা বুলি প্ৰকাশ কৰে
সংবাদ মাধ্যমক। পৰিবহণ বিষয়াৰ মন্তব্য পূৰ্বৰ পৰা পলাশ হাজৰিকা ই অবমাননা কৰি আহিছিল ওপৰৱালাৰ নিৰ্দেশ।
Last Updated : Nov 18, 2019, 4:48 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.