লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী : লখিমপুৰত আমৰণ অনশনত বহিল বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থা। দীৰ্ঘদিন ধৰি বেতনৰ পৰা বঞ্চিত হৈ অহা আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱা প্ৰাথমিক শিক্ষকে শনিবাৰে ৰাতিপুৱাই চহৰখনৰ ত্যাগ ক্ষেত্ৰত সাব্যস্ত কৰে প্ৰতিবাদ।