ETV Bharat / state

বেমাৰ যিয়েই নহওঁক, বাবৰ স্পৰ্শত পলকতে আৰোগ্য সকলো ৰোগী ! - etv bharat assam

লখিমপুৰৰ হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে হিন্দু ধৰ্মৰ তেত্ৰিছ কোটি দেৱতাক সাধনা কৰি 6 মাহতে লাভ কৰিলে আজৱ শক্তি । যাৰ বাবে হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে এতিয়া চুই দিলেই অথবা তেওঁৰ নাম ললেই আৰু তেওঁৰ পৰামৰ্শ মতে তেওঁৰ মন্দিৰত সেৱা ললেই পলকতে আৰোগ্য হয় ৰোগী ৷

ঢকুৱাখনাত আৱিৰ্ভাৱ প্ৰভু ৰাধা-স্বামী
author img

By

Published : Jun 5, 2019, 3:50 PM IST

লখিমপুৰ, 5 জুনঃ ঢকুৱাখনাত আৱিৰ্ভাৱ প্ৰভু ৰাধা-স্বামী । প্ৰভু ৰাধা স্বামীৰ অপাৰ মহিমা । সেয়ে এতিয়া অন্ধবিশ্বাসী লোকৰ সোঁত বৈছে প্ৰভুৰ পদূলিলৈ । উদ্দেশ্য এটাই চিকিৎসকে হাৰ মনা ৰোগৰ ৰাধা স্বামীয়ে কৰা আজৱ চিকিৎসা সেৱা গ্ৰহণ ৷ লখিমপুৰৰ হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে হিন্দু ধৰ্মৰ তেত্ৰিছ কোটি দেৱতাক সাধনা কৰি 6 মাহতে লাভ কৰিলে আজব শক্তি । যাৰ বাবে হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে এতিয়া চুই দিলেই,তেওঁৰ নাম ললেই আৰু তেওঁৰ পৰামৰ্শ মতে তেওঁৰ মন্দিৰত সেৱা ললেই পলকতে আৰোগ্য হয় ৰোগী । অৱশ্যে ফোনত কথা পাতিও ৰোগীক ভাল কৰিব পাৰে প্ৰভু ৰাধা-স্বামীয়ে । সেহয়ে ঢকুৱাখনাৰ বেবেজীয়াৰ পাৰঘলী বিপিন ৰাজখোৱা নামৰ ব্যক্তিজনৰ ঘৰত মন্দিৰ পাতি আৰম্ভ কৰিছে বেজালি । বিগত এমাহে দূৰ দুৰনিৰ পৰা চিকিৎসা গ্ৰহণৰ উদ্দেশ্য আহিছে বহু লোক ৷ প্ৰতি গৰাকী ৰোগীয়ে তেওঁক চিকিৎসাৰ বাবদ দিব লাগে ২০০ টকা । আনহাতে, একাংশ সচেতন ৰাইজৰ অভিযোগ ৰাজ্যৰ স্বাস্থ্য সেৱাত বিশ্বাস হেৰুৱাৰ বাবেই এই ৰোগীসকল এনেদৰে বশ কৰিছে ৰাধা স্বামীৰ দৰে একাংশ ভণ্ড বাবাই ।

Intro:ঢকুৱাখনাত আৱিৰ্ভাৱ প্ৰভু ৰাধা-স্বামীৰ।প্ৰভু ৰাধা স্বামীৰ অপাৰ মহিমা।সেয়ে এতিয়া প্ৰভুৰ পদূলিলৈ অন্ধবিশ্বাসী লোকৰ সোঁত।উদেশ্য এটাই চিকিৎসকে হাৰ মনা ৰোগৰ ৰাধা স্বামীৰে কৰা আজব চিকিৎসা সেৱা গ্ৰহণ।

এইজন তেজপুৰৰ হিতেশ্বৰ বৰা।পুত্ৰ কন্যা,পত্নী ৰে আছে এখন সুখৰ সংসাৰ।কিন্তু কি হৱ সকলো লাহে লাহে বাদ দিছে তেওঁ।কাৰণ এটাই হিন্দু ধৰ্মৰ তেত্ৰিছ কোটি দেৱতাক সাধনা কৰি ছমাহঁতে তেওঁ পালে আজব শক্তি।তেওঁ এতিয়া চুই দিলেই,তেওঁ নাম ললেই আৰু তেওঁ পৰামৰ্শ মতে তেওঁ মন্দিৰত সেৱা ললেই পলকতে আৰোগ্য হয় ৰোগী।ফোনত কথা পাতি ও ৰোগীক ভাল কৰিব পাৰে তেওঁ।সেয়ে তেওঁৰ এতিয়া অসমৰ যিকোনো ঠাইতে আছে মন্দিৰ।সেই অনুসৰি ঢকুৱাখনাৰ বেবেজীয়াৰ পাৰঘলী বিপিন ৰাজখোৱাৰ ঘৰত মন্দিৰ পাতি আৰম্ভ কৰিছে এই চিকিৎসা।এই বাবাৰ অপাৰ মহিমা বিয়পি পৰাৰ লগে লগে বিগত এমাহে তেওঁ চিকিৎসা লবলৈ আহিছে দূৰ দুৰনিৰ বহু লোক।প্ৰতি গৰাকী ৰোগীয়ে তেওঁক চিকিৎসাৰ বাবদ দিব লাগে ২০০ টকা।এফালে বিজ্ঞান-প্ৰযুক্তিৰ ঐশ্বৰ্যৰে ভৰা সময়,আনফালে এতিয়াও অন্ধ বিশ্বাসৰ হাতোৰাত বন্দী অসমীয়া সমাজ।ৰাজ্যেৰ স্বাস্থ্য সেৱাত বিশ্বাস হেৰুৱাৰ এই সকল ৰোগীক এনেদৰে বশ কৰিছে ৰাধা স্বামীয়ে।ঔষধ নিদিয়াকৈ এনে আজব পদ্ধতিযে চিকিৎসা কৰিও জনতাক নিজৰ হাতলৈ আনিব পৰা ৰাধা স্বামীৰ এনে কাৰ্য্যই পুনৰ বৰ উদঙাই দেখুৱালে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোফুলা স্বৰূপ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:ঢকুৱাখনাত আৱিৰ্ভাৱ প্ৰভু ৰাধা-স্বামীৰ।প্ৰভু ৰাধা স্বামীৰ অপাৰ মহিমা।সেয়ে এতিয়া প্ৰভুৰ পদূলিলৈ অন্ধবিশ্বাসী লোকৰ সোঁত।উদেশ্য এটাই চিকিৎসকে হাৰ মনা ৰোগৰ ৰাধা স্বামীৰে কৰা আজব চিকিৎসা সেৱা গ্ৰহণ।

এইজন তেজপুৰৰ হিতেশ্বৰ বৰা।পুত্ৰ কন্যা,পত্নী ৰে আছে এখন সুখৰ সংসাৰ।কিন্তু কি হৱ সকলো লাহে লাহে বাদ দিছে তেওঁ।কাৰণ এটাই হিন্দু ধৰ্মৰ তেত্ৰিছ কোটি দেৱতাক সাধনা কৰি ছমাহঁতে তেওঁ পালে আজব শক্তি।তেওঁ এতিয়া চুই দিলেই,তেওঁ নাম ললেই আৰু তেওঁ পৰামৰ্শ মতে তেওঁ মন্দিৰত সেৱা ললেই পলকতে আৰোগ্য হয় ৰোগী।ফোনত কথা পাতি ও ৰোগীক ভাল কৰিব পাৰে তেওঁ।সেয়ে তেওঁৰ এতিয়া অসমৰ যিকোনো ঠাইতে আছে মন্দিৰ।সেই অনুসৰি ঢকুৱাখনাৰ বেবেজীয়াৰ পাৰঘলী বিপিন ৰাজখোৱাৰ ঘৰত মন্দিৰ পাতি আৰম্ভ কৰিছে এই চিকিৎসা।এই বাবাৰ অপাৰ মহিমা বিয়পি পৰাৰ লগে লগে বিগত এমাহে তেওঁ চিকিৎসা লবলৈ আহিছে দূৰ দুৰনিৰ বহু লোক।প্ৰতি গৰাকী ৰোগীয়ে তেওঁক চিকিৎসাৰ বাবদ দিব লাগে ২০০ টকা।এফালে বিজ্ঞান-প্ৰযুক্তিৰ ঐশ্বৰ্যৰে ভৰা সময়,আনফালে এতিয়াও অন্ধ বিশ্বাসৰ হাতোৰাত বন্দী অসমীয়া সমাজ।ৰাজ্যেৰ স্বাস্থ্য সেৱাত বিশ্বাস হেৰুৱাৰ এই সকল ৰোগীক এনেদৰে বশ কৰিছে ৰাধা স্বামীয়ে।ঔষধ নিদিয়াকৈ এনে আজব পদ্ধতিযে চিকিৎসা কৰিও জনতাক নিজৰ হাতলৈ আনিব পৰা ৰাধা স্বামীৰ এনে কাৰ্য্যই পুনৰ বৰ উদঙাই দেখুৱালে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোফুলা স্বৰূপ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:ঢকুৱাখনাত আৱিৰ্ভাৱ প্ৰভু ৰাধা-স্বামীৰ।প্ৰভু ৰাধা স্বামীৰ অপাৰ মহিমা।সেয়ে এতিয়া প্ৰভুৰ পদূলিলৈ অন্ধবিশ্বাসী লোকৰ সোঁত।উদেশ্য এটাই চিকিৎসকে হাৰ মনা ৰোগৰ ৰাধা স্বামীৰে কৰা আজব চিকিৎসা সেৱা গ্ৰহণ।

এইজন তেজপুৰৰ হিতেশ্বৰ বৰা।পুত্ৰ কন্যা,পত্নী ৰে আছে এখন সুখৰ সংসাৰ।কিন্তু কি হৱ সকলো লাহে লাহে বাদ দিছে তেওঁ।কাৰণ এটাই হিন্দু ধৰ্মৰ তেত্ৰিছ কোটি দেৱতাক সাধনা কৰি ছমাহঁতে তেওঁ পালে আজব শক্তি।তেওঁ এতিয়া চুই দিলেই,তেওঁ নাম ললেই আৰু তেওঁ পৰামৰ্শ মতে তেওঁ মন্দিৰত সেৱা ললেই পলকতে আৰোগ্য হয় ৰোগী।ফোনত কথা পাতি ও ৰোগীক ভাল কৰিব পাৰে তেওঁ।সেয়ে তেওঁৰ এতিয়া অসমৰ যিকোনো ঠাইতে আছে মন্দিৰ।সেই অনুসৰি ঢকুৱাখনাৰ বেবেজীয়াৰ পাৰঘলী বিপিন ৰাজখোৱাৰ ঘৰত মন্দিৰ পাতি আৰম্ভ কৰিছে এই চিকিৎসা।এই বাবাৰ অপাৰ মহিমা বিয়পি পৰাৰ লগে লগে বিগত এমাহে তেওঁ চিকিৎসা লবলৈ আহিছে দূৰ দুৰনিৰ বহু লোক।প্ৰতি গৰাকী ৰোগীয়ে তেওঁক চিকিৎসাৰ বাবদ দিব লাগে ২০০ টকা।এফালে বিজ্ঞান-প্ৰযুক্তিৰ ঐশ্বৰ্যৰে ভৰা সময়,আনফালে এতিয়াও অন্ধ বিশ্বাসৰ হাতোৰাত বন্দী অসমীয়া সমাজ।ৰাজ্যেৰ স্বাস্থ্য সেৱাত বিশ্বাস হেৰুৱাৰ এই সকল ৰোগীক এনেদৰে বশ কৰিছে ৰাধা স্বামীয়ে।ঔষধ নিদিয়াকৈ এনে আজব পদ্ধতিযে চিকিৎসা কৰিও জনতাক নিজৰ হাতলৈ আনিব পৰা ৰাধা স্বামীৰ এনে কাৰ্য্যই পুনৰ বৰ উদঙাই দেখুৱালে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোফুলা স্বৰূপ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.