ETV Bharat / state

লখিমপুৰত জালত পৰিল হাৰিয়ানাৰ চোৰ

আৰক্ষীৰ তালাচী অভিযানত লখিমপুৰ জিলাৰ লালুকৰ পৰা গ্ৰেপ্তাৰ হয় এজন চোৰ, চোৰটো হাৰিয়ানাৰ অজয় কুমাৰ ৷

author img

By

Published : Jun 21, 2019, 3:14 PM IST

আৰক্ষীৰ তালাচী অভিযানত জালত পৰিল হাৰিয়ানাৰ চোৰ

লখিমপুৰ,২১জুন : শুকুৰবাৰে লখিমপুৰ জিলাৰ লালুকত আৰক্ষীৰ তালাচী অভিযানত জালত পৰে এটা চোৰ । দিল্লীৰ পৰা অৰুণাচললৈ এখন ফৰচুনাৰ বাহন বিক্ৰী কৰিবলৈ অনাৰ সময়তে চোৰটোক হাতে-লোটে কৰায়ত্ত কৰে আৰক্ষীয়ে । অজয় কুমাৰ নামৰ চোৰটোৱে বিহাৰত বাহনখনৰ নম্বৰপ্লেট সলনি কৰি লখিমপুৰ হৈ অৰুণাচললৈ আহি আছিল । ধৃত অজয়ৰ ঘৰ হাৰিয়ানাত । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অজয় কুমাৰৰ তদন্ত অব্যাহত ৰাখিছে ৷

এলা পেছা নহয় লখিমপুৰ লালুকত আৰক্ষী ৰ নাকা চিকিঙত জালত পৰিল আন্তৰ্জাতিক গাড়ী চোৰ। উদ্ধাৰ হল দিল্লীত ৰ পৰা অৰুণাচল ত বিক্ৰী কৰিবলৈ অনা ফৰ্চুনাৰ। দিল্লীত ৰ পৰা চুৰি কৰা গাড়ী ৰ বিহাৰত নম্বৰ প্লেট সলাই লখিমপুৰ হৈ অৰুনাচলত বিক্ৰী কৰিবলৈ অনা মুহুৰ্তত জালত পৰিল গাড়ী চোৰৰ দলৰ সদস্য অজয় কুমাৰ। ঘৰ হাৰিয়ানাত। দিল্লীৰ পৰা ভি আই পি ভিভি আই পিৰ গাড়ী চুৰি কৰি হাৰিয়ানা ৰ এটা চক্ৰ ই উত্তৰ পূৰ্বাঞ্চলত চলাইছে ৰমৰমীয়া বেহা। আৰক্ষী য়ে গ্ৰেপ্তাৰ কৰা অজয় কুমাৰক অব্যাহত ৰাখিছে তদন্ত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.