ETV Bharat / state

অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ বিৰুদ্ধে কটু মন্তব্য কৰা যুৱকৰ মাতৃৰ - অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ বিৰুদ্ধে কটু মন্তব্য কৰা যুৱকৰ মাতৃৰ

শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কত ফেচবুকত বিৰূপ মন্তব্য কৰি ৰাইজৰ বিপদত যুৱক ৷ কান্দি কান্দি অসমবাসী ৰাইজক ক্ষমা বিচাৰিলে মাতৃয়ে ৷

Mother pray to forgive his son who commented bad  about Zubeen Garg
অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ বিৰুদ্ধে কটু মন্তব্য কৰা যুৱকৰ মাতৃৰ
author img

By

Published : Feb 29, 2020, 9:03 PM IST

বিহপুৰীয়া,29 ফেব্ৰুৱাৰী: শুকুৰবাৰৰ সন্ধিয়া অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ হঠাৎ অসুস্থ হোৱাৰ লগে লগে শিল্পীজনৰ অনুৰাগীৰ লগতে সমগ্ৰ অসমবাসী ভাগি পৰাৰ সময়তে একাংশই শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কত ফেচবুকত ডাঙি ধৰিছিল কিছু বিৰূপ মন্তব্য ৷ সেই কটু মন্তব্য দিয়া সকলৰ মাজত অন্যতম আছিল লখিমপুৰৰ নাৰায়ণপুৰৰ নীৰৱ হাজৰিকা নামৰ এজন যুৱক ৷ যুৱকজনে কা'ৰ বিৰোধিতা কৰাৰ বাবে জুবিন গাৰ্গ মৰিলেও বেয়া নাপাও বুলি পোষ্ট কৰিছিল ফেচবুকত ৷ ইয়াৰ পাছতেই যুৱকজনৰ বিৰুদ্ধে ছচিয়েল মিডিয়াৰ জৰিয়তেই জাঙুৰ খাই উঠিছিল শিল্পী জনৰ অসংখ্য অনুৰাগীয়ে ৷

Mother pray to forgive his son who commented bad  about Zubeen Garg
অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ বিৰুদ্ধে কটু মন্তব্য কৰা যুৱকৰ মাতৃৰ

উল্লেখ্য যে ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰকাৰী যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে শনিবাৰে আগবাঢ়ি আহিছিল অসংখ্য অনুৰাগী ৷ ফলত বিপদৰ উমান পাই নিশাৰ পৰাই পলাতক হৈ আছে নীৰৱ হাজৰিকা নামৰ যুৱকজন ৷ এই সন্দৰ্ভত নাৰায়ণপুৰৰ জুবিন গাৰ্গ ফেন ক্লাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱকজনৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে ৷ আনহাতে যুৱকজনৰ মাতৃয়ে পুত্ৰই কৰাৰ ভুলৰ বাবে কান্দি কান্দি অসমবাসীৰ ওচৰত জনাইছে পুত্ৰৰ ভুলৰ ক্ষমা প্ৰাৰ্থনা ৷

লগতে পঢ়ক: ধেমাজিত সাপ্তাহিক বজাৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.