ETV Bharat / state

শীৰ্ষত নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা

ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰা মেঘাশ্ৰী বৰাই নিজৰ সাফল্য সন্দৰ্ভত কি ক'লে? কেনেদৰে পঢ়া-শুনা কৰিছিল ছাত্ৰীগৰাকীয়ে? ভৱিষ্যতে কি হোৱাৰ সপোন দেখে কৃতী ছাত্ৰীগৰাকীয়ে? চাওক আমাৰ সাংবাদিক নীলপৱন সভাপণ্ডিতৰ এক প্ৰতিবেদন ৷

author img

By

Published : May 15, 2019, 9:05 AM IST

Updated : May 15, 2019, 12:05 PM IST

নাৰায়নপুৰলৈ গৌৰৱ কঢ়িয়ালে মেঘাশ্ৰী বৰায়ে

লখিমপুৰ , 15 মে': আজি ঘোষণা কৰা হ'ল হাই স্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই প্ৰথম 10টা স্থানৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে লখিমপুৰৰ পৰা সৰ্বমুঠ 4 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম 10টা স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰা মেঘাশ্ৰী বৰাই নিজৰ সাফল্য সন্দৰ্ভত কি ক'লে? কেনেদৰে পঢ়া-শুনা কৰিছিল ছাত্ৰীগৰাকীয়ে? ভৱিষ্যতে কি হোৱাৰ সপোন দেখে কৃতী ছাত্ৰীগৰাকীয়ে? চাওক আমাৰ সাংবাদিক নীলপৱন সভাপণ্ডিতৰ এক প্ৰতিবেদন ৷

Last Updated : May 15, 2019, 12:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.