ETV Bharat / state

নাৰায়ণপুৰত উদযাপন মে-ডাম-মে-ফী

author img

By

Published : Jan 31, 2021, 6:41 PM IST

নাৰায়ণপুৰৰ শিমলুগুৰিত ৰাজগড় আঞ্চলিক তাই কৃষ্টি-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হৈছে আহোম সকলৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফী ৷ ‘নিজা কাৰ্যালয় প্ৰাংগন’ত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা এই মে-ডাম-মে-ফী উৎসৱৰ নিশা মহিলা সকলৰ দ্বাৰা সতী জয়মতী নাটক মঞ্চস্থ কৰা হ’ব ৷

medam-mefi-chelbrate-narayanpur
নাৰায়ণপুৰত উদযাপন মে-ডাম-মে-ফী

বিহপুৰীয়া, 31 জানুৱাৰী : আহোম স্বৰ্গদেউ সকলক সুঁৱৰি সমগ্ৰ ৰাজ্যতে অতি উলহ-মালহেৰে দেওবাৰে উদযাপন কৰা হয় আহোম সকলৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফী ৷ আহোমৰ পূৰ্ব পুৰুষ সকলক সুঁৱৰি আহোম সকলে অতীজৰে পৰাই উদযাপন কৰি আহিছে মে-ডাম-মে-ফী ৷

নাৰায়ণপুৰত উদযাপন মে-ডাম-মে-ফী

নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে শিমলুগুৰিত প্ৰতিবছৰৰ লগতে এই বছৰো ‘নিজা কাৰ্যালয় প্ৰাংগন’ত অনুষ্ঠিত কৰা হৈছে মে-ডাম-মে-ফী ৷ পুৱাৰ ভাগত পতাকা উত্তোলন কৰাৰ পাছতে কেন্দ্ৰটোত অনুষ্ঠিত কৰা হৈছে উপৰি পুৰুষক স্মৰণ তথা ডাম ফী পূজা ৷ নাৰায়ণপুৰৰ শিমলুগুৰিত ৰাজগড় আঞ্চলিক তাই কৃষ্টি-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আহোম সকলৰ এই পবিত্ৰ উৎসৱটি ৷

প্ৰাপ্ত তথ্য অনুসৰি, শিমলুগুৰিত ৰাজগড় আঞ্চলিক তাই কৃষ্টি-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই মে-ডাম-মে-ফী উৎসৱৰ নিশা মহিলা সকলৰ দ্বাৰা সতী জয়মতী নাটক মঞ্চস্থ কৰা হ’ব ৷

লগতে পঢ়ক : পাঁচ ৰাজ্যত একেসময়তে নিৰ্বাচন : কিন্তু বিজেপিৰ গুৰুত্ব অসমত কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.