ETV Bharat / state

কৈ নো কৈ থাকিলে ওৰকে নপৰে ৰঙালী বিহুৰে কথা... - ঢকুৱাখানা

বিহুৰ আগমনে উন্মনা কৰিছে সকলো অসমীয়াৰ মন ৷ ঢকুৱাখনা মেজাংকৰী বিহু দলে বিহুটিক আদৰিবলৈ অনুষ্ঠিত কৰা পষেকীয়া বিহু কৰ্মশালাৰ সামৰণি পৰে ।

ঢকুৱাখানাত পুনৰ বিহু নৃত্য
author img

By

Published : Apr 13, 2019, 8:49 AM IST

ঢকুৱাখানা , 13 এপ্ৰিল : চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি অসমীয়াৰ চোতালত ৷ ৰঙালীক আদৰিবলৈ সমগ্ৰ ৰাজ্যই ব্যাপক প্ৰস্তুতি চলোৱাৰ সময়তে ঢকুৱাখনাতো দেখা গ'ল অনুৰূপ দৃশ্য ৷ ঢকুৱাখনা মেজাংকৰী বিহু দলৰ কৰ্মীসকলে বিহুক আদৰিবলৈ অনুষ্ঠিত কৰা পষেকজোৰা বিহুনৃত্য কৰ্মশালাৰ শুকুৰবাৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷

ঢকুৱাখানাত বিহু নৃত্য

আজি উৰুকা ৷ এতিয়া সকলোৰে গা সাতখন আঠখন ৷ বিহুটিক আদৰিবলৈ বিহুবলীয়া লোকসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷ ইপিনে ঢকুৱাখনা 1নং বান্তৌ গাঁৱৰ ৰঙ্গমঞ্চৰ বাকৰিত বিহুক আদৰিবলৈ আয়োজন কৰা কৰ্মশালাৰ শুকুৰবাৰে সামৰণি পৰে ৷ এই কৰ্মশালাৰ দিনটোত কোনোৱে যদি বিহু নাম গাইছে কোনোৱে আকৌ কঁকাল ভাঙি এপাক নাচিছে ৷ মুঠতে এই কৰ্মশালাৰ সামৰণিৰ দিনটোত সকলোৰে মাজত এক আনন্দমুখৰ পৰিৱেশ পৰিলক্ষিত হ'ল ৷

Intro:প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট দানৰ অন্তত পুনৰ বিহু নাচ । ঢকুৱাখনা মেজাংকৰী বিহু দলৰ পষেকীয়া বিহু কৰ্মশালাৰ সামৰণি ।Body: "বিহু আনন্দীয়া বিহু বিনন্দীয়া,
বিহুটি অসমৰ মান
এনোৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান ।।"

চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি অসমীয়াৰ চোতালত । এতিয়া সকলোৰে গা সাতখন আঠখন । তাতে আকৌ নিৰ্বাচনৰ বতৰ । তথাপি অসমীয়াৰ হেঁপাহৰ ৰঙালীক আদৰিবলৈ সকলোৰে মাজত ব্যাপক উৎসাহ ঢকুৱাখনা মেজাংকৰী বিহু দলৰ কৰ্মীসকলেও ৰৈ নাথাকি আৰম্ভ কৰিলে পষেকজোৰা এক বিহুনাচ কৰ্মশালা। ঢকুৱাখনা ১নং বান্তৌ গাঁৱৰ ৰঙ্গমঞ্চৰ বাকৰিত আয়োজন কৰা এই কৰ্মশালাৰ সামৰণিৰ দিন।এই সামৰণি দিনটোত সকলোৰে মাজত দেখা গৈছে এই আনন্দ মুখৰ পৰিবেশ । কোনোৱে যদি বিহু নাম গাইচে কোনোৱে আকৌ কঁকাল ভাঙি এপাক নাচিছে ।Conclusion:Byte:পশিক্ষাৰ্থী আৰু অভিভাৱক।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.