লখিমপুৰৰ নাওবৈচাৰ মাধৱপুৰত শুকুৰবাৰে পুৱা ৯.৩০ বজাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা অট'ৰিক্সা এখন ডাম্পাৰে মহতিয়াই নিয়ে । কথমপি প্ৰাণৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাজনো যাত্ৰীৰ ।* লখিমপুৰৰ নাওবৈচাত ডাম্পাৰ চালকৰ দৌৰাত্ম* মাধৱপুৰ নামৰ অঞ্চলত ভয়ঙ্কৰ পথ দুৰ্ঘটনাLAKHIMPUR ACCIDENT* ডাম্পাৰে মহতিয়ালে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অট'ৰিক্সা* শুকুৰবাৰে পুৱা ৯.৩০ বজাত সংঘটিত হ'ল দুৰ্ঘটনাLAKHIMPUR ACCIDENT* কথমপি প্ৰাণৰক্ষা ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাজনো যাত্ৰীৰ* ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে চালকক