ETV Bharat / state

লখিমপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক পদ্মেশ্বৰ গগৈ - আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ পদ্মেশ্বৰ গগৈ নামৰ প্ৰৱঞ্চক

দুলীয়াজান 'অইল'ত গাড়ী যোগান দিয়াৰ প্ৰলোভনেৰে ২০১৭ চনৰ পৰা লখিমপুৰ জিলাৰ কেইবাটাও স্থানৰ মুঠ ১৬৩ জন লোকৰ পৰা লাখে লাখে টকা সৰকালে পদ্মেশ্বৰ গগৈয়ে ৷

আৰক্ষীৰ জালত পদ্মনাথ গগৈ
আৰক্ষীৰ জালত পদ্মনাথ গগৈ
author img

By

Published : Jan 23, 2020, 1:32 PM IST

Updated : Jan 23, 2020, 5:34 PM IST

লখিমপুৰ, 23 জানুৱাৰীঃ বৃহস্পতিবাৰে লখিমপুৰ আৰক্ষীৰ জালত পৰিল পদ্মেশ্বৰ গগৈ নামৰ এজন প্ৰৱঞ্চক ৷ তথ্য অনুসৰি লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 5 কোটি টকা লুন্ঠন কৰে পদ্মনাথে ৷ দুলীয়াজান 'অইল' ত গাড়ী যোগান দিয়াৰ প্ৰলোভনেৰে ২০১৭ চনৰ পৰা লখিমপুৰ জিলাৰ কেইবাটাও স্থানৰ মুঠ ১৬৩ জন লোকৰ পৰা লাখে লাখে টকা সৰকাই পদ্মেশ্বৰ গগৈয়ে ৷ কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰে পদ্মেশ্বৰ। আৰক্ষীৰ ভাষ্য অনুসৰি ইতিমধ্যে বহু লোকে পানীগাওঁ আৰক্ষী থানাত পদ্মেশ্বৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে নিজাববীয়াকৈ অভিযুক্তৰ ওপৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ আটকাধীন পদ্মেশ্বৰ গগৈৰ ঘৰ পানীগাঁও ৰৈয়াৰ বকল গাঁৱত।

আৰক্ষীৰ জালত পদ্মনাথ গগৈ

লগতে পঢ়কঃ হোজাইত গ্ৰেপ্তাৰ ডকাইত!

Intro:লখিমপুৰ পানীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা মহাপ্ৰৱঞ্চকক।এটকা দুটকা নহয় প্ৰায় পাঁচ কোটি টকা এই মহাপ্ৰৱঞ্চকটোয়ে লুন্ঠন কৰিছিল লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা । প্ৰৱঞ্চকৰ নাম
পদ্মেশ্বৰ গগৈ।Body:দুলীয়াজান 'অইল'ত গাড়ী যোগান দিয়াৰ স প্ৰলোভনেৰে ২০১৭ চনৰ পৰা লখিমপুৰ জিলা বিভিন্ন প্ৰান্তৰ মুঠ ১৬৩ লোকৰ পৰা লাখে লাখে টকা সৰকালে পদ্মেশ্বৰ গগৈ নামৰ এই প্ৰৱঞ্চকে। কিন্তু এইবাৰ আৰক্ষীৰ জালত সোমাল পদ্মেশ্বৰ।
Conclusion:পদ্মেশ্বৰ গগৈৰ ঘৰ পানীগাঁও ৰৈয়া বকল গাঁৱত।ৰক্ষীয়ে নিজা ববিয়া এটা গোছৰ ৰোজু কৰি ঘটণাৰ তদন্ত কৰি অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে বহুতে ইতিমধ্যে পানীগাওঁ আৰক্ষী থানাত গোচৰ তৰিছিল প্ৰৱঞ্চক পদ্মেশ্বৰৰ বিৰুদ্ধে।
Last Updated : Jan 23, 2020, 5:34 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.