ETV Bharat / state

লখিমপুৰত পানীৰ তলত শতাধিক গাঁও - লখিমপুৰ

ৰাইজৰ অভিযোগমতে বান সাহাৰ্যটো বাদেই খবৰ ল'বলৈও আহৰি নাই লখিমপুৰ জিলা প্ৰশাসন তথা নাওবৈচাৰ বিধায়কৰ। বানাক্ৰান্ত লোকসকলক শীঘ্ৰে সাহাৰ্য তথা সহায় আগবঢ়াবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

লখিমপুৰত অপৰিৱৰ্তীত বান পৰিস্থিতি
author img

By

Published : Jul 11, 2019, 5:06 PM IST

লখিমপুৰ,11 জুলাইঃ লখিমপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। ৰঙানদীৰ বানে জলমগ্ন কৰিছে লখিমপুৰৰ শতাধিক গাঁও। বানৰ ফলত বিপৰ্যস্ত হৈ পৰিছে জনজীৱন ৷ নৈৰ ইপাৰ-সিপাৰ পাৰ হৈ যাবলৈ প্ৰশাসনে নাওৰ ব্যৱস্থা কৰি নিদিয়াত টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়ত কৰিব লগা হৈছে ৷

লখিমপুৰত অপৰিৱৰ্তীত বান পৰিস্থিতি

ৰাইজৰ অভিযোগমতে বান সাহাৰ্যটো বাদেই খবৰ ল'বলৈও আহৰি নাই লখিমপুৰ জিলা প্ৰশাসন তথা নাওবৈচাৰ বিধায়কৰ । বানাক্ৰান্ত লোকসকলক শীঘ্ৰে সাহাৰ্য তথা সহায় আগবঢ়াবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

Intro:লখিমপুৰ ত অপৰিবৰ্তীত বান পৰিস্থিতি। ৰঙানদীৰ বানত প্লাবিত শ শ লোক এতিয়া গৃহবন্দী । নৈৰ ইপাৰ সিপাৰ হবলৈ প্ৰশাসনে নাৱৰ ব্যৱস্থা কৰি নিদিয়াত টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে নৈৰ মাজৰ চাপৰিত বন্দী লোক।

Body:হাতৰ মুঠিত জীৱন লৈ ওফণ্ডি থকা ৰঙানদী পাৰাপাৰ হৈছে সকলো। যি কোনো মুহুৰ্তৰ ভয়ংকৰ বিপদৰ আশংকা ৰঙানদী বুকুত। চিকিৎসালয়লৈ ৰোগীৰ ক নিব লগা হৈছে টুলুঙা নাৱেৰে। ৰাইজৰ অভিযোগ বান সাহাৰ্য টো বাদেই খবৰ লবলৈও আহৰি নাই লখিমপুৰ জিলা প্ৰশাসন তথা নাওবৈছাৰ বিধায়ক ৰ।

Conclusion:চৰকাৰলৈ বানাক্ৰান্ত ৰ আহ্বান বানপানী ত ককবকাই থকা সকলক উদ্ধাৰ কৰাৰ ব্যৱস্হা কৰক চৰকাৰে। পোহনীয়া জন্তুৰে সহাবস্থান কৰা ৰাইজৰ দুখ দুৰ্দশা চকুত পৰিবনে জাতি মাটিৰ কথা কোৱা চৰকাৰৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.