ETV Bharat / state

লখিমপুৰত বিজেপিত যোগদান কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকৰ

ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন চাহ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত শাসনাধিষ্ঠ বিজেপি দলত যোগদান কৰে কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকে ।

Lakhimpur BJP joining programme
লখিমপুৰত বিজেপিত যোগদান কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকৰ
author img

By

Published : Sep 25, 2020, 3:16 PM IST

লখিমপুৰ,25ছেপ্তেম্বৰঃ লখিমপুৰত কংগ্ৰেছ-অগপৰ ভেটিত ব্যাপক খহনীয়া। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল সমূহ । তাৰ মাজতে শুকুৰবাৰে লখিমপুৰ জিলাত ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন চাহ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত শাসনাধিষ্ঠ বিজেপি দলত যোগদান কৰে কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকে ।

লখিমপুৰত বিজেপিত যোগদান কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকৰ
উল্লেখযোগ্য যে,ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সদস্য তথা বিশিষ্ট সমাজকৰ্মী ড° মুকুল বৰাৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচীৰ পূৰ্বে কয়লামাৰী চিকিৎসালয়ত চিকিৎসাধীন ক’ৰণা আক্ৰান্ত ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে। তাৰ লগতে জহিং মহিলা ফুটবল দলৰ মাজত ১৫ যোৰ বুট জোতা আৰু ১৫ যোৰ জাৰ্ছি বিতৰণ কৰে বুলি জানিবলৈ দিয়ে বিজেপি দলৰ কৰ্মীসকলে।

লগতে পঢ়কঃ লক্ষ্য নিৰ্বাচন : পুনৰ চাৰিখন নতুন আঁচনি ঘোষণা হিমন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.