- লখিমপুৰ জিলাৰ ঢেকিয়াজুলিত উত্তপ্ত পৰিস্থিতি
- মাধৱদেৱৰ তিথিৰ পৰা উভতাৰ সময়তে এগৰাকী ৮২ বছৰীয়া বৃদ্ধক হত্যাৰ চেষ্টা
- দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এটি কিশোৰৰ
- দাৰ ঘাপত গুৰুতৰ বাবে আহত গোপাল ভূঞা নামৰ লোকজন
- বৈষ্ণৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ ঋঅৱসৰপ্ৰাপ্ত শিক্ষক আছিল গোপাল ভূঞা
- উত্তেজিত ৰাইজে জ্বলাই দিলে ঘটনা সংঘটিত কৰা কিশোৰৰ ঘৰ
- ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই
- বৰ্তমান পলাতক অৱস্থাত আছে ঘটনা সংঘটিত কৰা উৎপল দত্ত নামৰ কিশোৰজন
- কি কাৰণত এই ঘটনা সংঘটিত কৰিলে জানিব পৰা হোৱা নাই
লখিমপুৰত 82 বছৰীয়া বৃদ্ধক দাৰে ঘপিয়ালে কিশোৰে - গুৰুত্বৰ বাবে আহত গোপাল ভূঞা
জিলাখনৰ ঢেকিয়াজুলিৰ বৈষ্ণৱপুৰত সংঘটিত হ'ল এক ঘটনা ৷

লখিমপুৰত ৰোমহৰ্ষক ঘটনা: 82 বছৰীয়া বৃদ্ধক দাৰ ঘাপ কিশোৰৰ
- লখিমপুৰ জিলাৰ ঢেকিয়াজুলিত উত্তপ্ত পৰিস্থিতি
- মাধৱদেৱৰ তিথিৰ পৰা উভতাৰ সময়তে এগৰাকী ৮২ বছৰীয়া বৃদ্ধক হত্যাৰ চেষ্টা
- দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এটি কিশোৰৰ
- দাৰ ঘাপত গুৰুতৰ বাবে আহত গোপাল ভূঞা নামৰ লোকজন
- বৈষ্ণৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ ঋঅৱসৰপ্ৰাপ্ত শিক্ষক আছিল গোপাল ভূঞা
- উত্তেজিত ৰাইজে জ্বলাই দিলে ঘটনা সংঘটিত কৰা কিশোৰৰ ঘৰ
- ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই
- বৰ্তমান পলাতক অৱস্থাত আছে ঘটনা সংঘটিত কৰা উৎপল দত্ত নামৰ কিশোৰজন
- কি কাৰণত এই ঘটনা সংঘটিত কৰিলে জানিব পৰা হোৱা নাই
লখিমপুৰত ৰোমহৰ্ষক ঘটনা: 82 বছৰীয়া বৃদ্ধক দাৰ ঘাপ কিশোৰৰ
Intro:লক্ষীমপুৰ জিলাৰ ঢেকিয়াজুলিত উত্তপ্ত পৰিস্থিতি ।মাধৱদেৱৰ তিথিৰ পৰা ঘৰলৈ উভটি অহাৰ পথত ঢেকিয়াজুলি বৈষ্ণৱপুৰত এগৰাকী ৮২ বছৰীয়া বৃদ্ধক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এটি কিশোৰৰ ।Body:দাৰ ঘাপত গুৰুত্বৰ ভাৱে আহত গোপাল ভূঞা ।বৈষ্ণৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছিল ভূঞা। স্থানীয় উত্তেজিত ৰাইজে জ্বলাই দিলে ঘটনা সংঘটিত কৰা কিশোৰটোৰ ঘৰ। লণ্ড ভণ্ড কৰিলে উৎপল দত্ত নামৰ প্ৰায় 16 বছৰীয়া কিশোৰটিৰ ঘৰ ।ঘটনা স্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিলে জুই ।Conclusion:বিগত সময়তো গাঁওখনত বিভিন্ন ধৰণৰ দুস্কাৰ্য সংঘটিত কৰি আহিছে কিশোৰটোৱে
।বৰ্তমান পলাতক অৱস্থাত আছে ঘটনা সংঘটিত কৰা কিশোৰ উৎপল দত্ত
।ইতিমধ্যে লালুক আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।