ETV Bharat / state

নাৰায়ণপুৰত ব্ৰিটেনীয়া কেকত ওলাল মাৰাত্মক ভেঁকুৰ - নাৰায়ণপুৰ

লখিমপুৰৰ নাৰায়ণপুৰত ব্ৰিটেনীয়া কেকত ওলাল ভেঁকুৰ ৷ ম্যাদ উকলিবলৈ ৯০ দিন বাকী থকা অৱস্থাত ভেঁকুৰ ওলোৱা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি ৷

নাৰায়ণপুৰত ব্ৰিটেনীয়া কেকত ওলাল মাৰাত্মক ভেঁকুৰ
author img

By

Published : Oct 22, 2019, 5:15 AM IST

বিহপুৰীয়া, 21 অক্টোবৰঃ লখিমপুৰৰ নাৰায়ণপুৰত ব্ৰিটেনীয়া কেকত ওলাল ভেঁকুৰ ৷ ম্যাদ উকলিবলৈ ৯০ দিন বাকী থকা অৱস্থাত ভেঁকুৰ ওলোৱা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি ৷ যুৱক এজনে চাহৰ লগত ব্ৰিটেনীয়া কেক খাবলৈ লওঁতেই এটাৰ পিছত আন পাঁচটা কেকত ওলাল মাৰাত্মক ভেঁকুৰ ৷ এই ঘটনা পোহৰলৈ অহাৰ পিছত এতিয়া ব্ৰিটেনীয়া আৰু খাদ্য সুৰক্ষা বিভাগৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ৷ ইয়াৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা লয় সেয়া লক্ষ্যনীয় হ'ব ৷

Intro:সুস্বাদু কেক দেখিলেই আপোনাৰ জিভাৰ পানী পৰে নেকি ! কেক খোৱাৰ আগত এতিয়াৰে পৰা দহবাৰ ভাৱক৷ নাৰায়ণপুৰত ব্ৰেিটেনীয়া কেকত বিষাক্ত ভেঁকুৰ ৷

কেক নিৰ্মাতা প্ৰতিষ্ঠান বিটেনীয়া কেকত ওলাইছে জীৱ দেহৰ বাবে মাৰাত্মক ভেঁকুৰ ৷ এনে এক ঘটনা পোহৰলৈ আহিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷ এজন যুৱকে চাহৰ লগত ব্ৰিটেনীয়া কেক খাবলৈ লওঁতেই ওলাল আগশাৰীৰ প্ৰতিষ্ঠানৰ আচল স্বৰূপ ৷ এটা দুটাকৈ পাঁচটা পেকেট খোলাত প্ৰতিটো পেকেটতেই ওলায় ভেঁকুৰ ৷ উল্লেখ্য যে ব্ৰিটেনীয়া কেকটোৰ ম্যাদ উকলিবলৈ ৯০ দিন বাকী থকা অৱস্থাত ভেঁকুৰ ওলোৱা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰশ্ন হৈছে - গ্ৰাহকৰ কথা চিন্তা নকৰা এনে প্ৰতিষ্ঠানক কিদৰে বিশ্বাসত ল'ব সৰ্বস্তৰৰ গ্ৰাহকে ৷ কেৱল নামতহে কামত নথকা খাদ্য সুৰক্ষা বিভাগে এনে কেক নিৰ্মাণকাৰী প্ৰতিষ্ঠানক নাকী লগাব পাৰিবনে ? সেয়া সময়তহে পৰিস্ফুট হৈ উঠিব ৷Body:সুস্বাদু কেক দেখিলেই আপোনাৰ জিভাৰ পানী পৰে নেকি ! কেক খোৱাৰ আগত এতিয়াৰে পৰা দহবাৰ ভাৱক৷ নাৰায়ণপুৰত ব্ৰেিটেনীয়া কেকত বিষাক্ত ভেঁকুৰ ৷

কেক নিৰ্মাতা প্ৰতিষ্ঠান বিটেনীয়া কেকত ওলাইছে জীৱ দেহৰ বাবে মাৰাত্মক ভেঁকুৰ ৷ এনে এক ঘটনা পোহৰলৈ আহিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷ এজন যুৱকে চাহৰ লগত ব্ৰিটেনীয়া কেক খাবলৈ লওঁতেই ওলাল আগশাৰীৰ প্ৰতিষ্ঠানৰ আচল স্বৰূপ ৷ এটা দুটাকৈ পাঁচটা পেকেট খোলাত প্ৰতিটো পেকেটতেই ওলায় ভেঁকুৰ ৷ উল্লেখ্য যে ব্ৰিটেনীয়া কেকটোৰ ম্যাদ উকলিবলৈ ৯০ দিন বাকী থকা অৱস্থাত ভেঁকুৰ ওলোৱা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰশ্ন হৈছে - গ্ৰাহকৰ কথা চিন্তা নকৰা এনে প্ৰতিষ্ঠানক কিদৰে বিশ্বাসত ল'ব সৰ্বস্তৰৰ গ্ৰাহকে ৷ কেৱল নামতহে কামত নথকা খাদ্য সুৰক্ষা বিভাগে এনে কেক নিৰ্মাণকাৰী প্ৰতিষ্ঠানক নাকী লগাব পাৰিবনে ? সেয়া সময়তহে পৰিস্ফুট হৈ উঠিব ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.