ETV Bharat / state

গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদত বহিল প্ৰাক্তন শিক্ষামন্ত্ৰী - গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তী

গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদত বহিল প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা । বহু জেষ্ঠ ব্যক্তি আৰু অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহে বৰ্ষীয়ান নেতাগৰাকী ৷

গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদত বহিল প্ৰাক্তন শিক্ষামন্ত্ৰী
author img

By

Published : Oct 2, 2019, 1:52 PM IST

লখিমপুৰ, 2 অক্টোবৰ : মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে লখিমপুৰৰ বিহপুৰীয়াত গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদত বহিল প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক আৰু বৰ্ষীয়ান ৰাজনৈতিক নেতা প্ৰেমধৰ বৰা । বহু জেষ্ঠ ব্যক্তি আৰু অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহে বৰ্ষীয়ান নেতাগৰাকী ৷

প্ৰেমধৰ বৰাৰ প্ৰতিবাদ

বৰাৰ অভিযোগ অনুসৰি, 50 বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোতে স্থাপন কৰা বিহপুৰীয়া অন্ধ বিদ্যালয়ৰ বৰ্তমানেও চৰকাৰীকৰণ নকৰিলে ৰাজ্য চৰকাৰে । চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই ডিক্ৰং নৈৰ ওপৰৰ দলঙৰ মেৰামতিও সম্পূৰ্ণ হৈ নুঠিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.