ETV Bharat / state

কৃত্ৰিম বানৰ কবলত ঢকুৱাখনা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ড

author img

By

Published : Jun 28, 2019, 11:49 AM IST

এজাক সাধাৰণ বৰষুণতেই জলবন্দী হৈ পৰে ঢকুৱাখনা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ডৰ ৰাইজ ৷ বিজ্ঞানসন্মত নলা-নৰ্দমা নিৰ্মাণ নোহোৱাৰ বাবেই প্ৰতিবছৰে বৰষুণৰ পানী জমা হোৱাত এনেদৰে যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে ৷

কৃত্ৰিম বান

ঢকুৱাখনা, 28 জুন : এজাক সাধাৰণ বৰষুণতেই জলবন্দী হৈ পৰে ঢকুৱাখনা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ডৰ ৰাইজ ৷ ৱাৰ্ডটোৰ আলোক নগৰ,মিলন নগৰ,বালিগাঁও, বেংগলী পট্টী,মানিকপুৰ আদি আৱাসিক এলেকাত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু নগৰ সমিতিৰ অকৰ্মণ্যতাৰ সুযোগ লৈ তথা একাংশ নাগৰিকে যধে মধে মাটি পুতি ঘৰ দুৱাৰ সজাৰ কাৰণতেই নগৰখনৰ এইসকল বাসিন্দাই এতিয়া বাৰিষা কালত নৰক যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে । ইপিনে আজিপৰ্যন্ত অঞ্চলকেইটাত বিজ্ঞানসন্মত কোনো নলা-নৰ্দমা নিৰ্মাণ নোহোৱাত প্ৰতিবছৰে বৰষুণৰ পানী জমা হোৱাত যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে ৷

কৃত্ৰিম বান

প্ৰতিবছৰে বৰষুণত জমা হোৱা পানীখিনি উলিওৱাই নিয়াৰ ব্যৱস্থা কৰিবলৈ ৱাৰ্ডবাসীয়ে নলা নিৰ্মাণ ৱাৰ্ড কমিছনাৰৰ লগতে নগৰ সমিতিৰ সভানেত্ৰীক বহুবাৰ আৱেদন কৰি আহিছে যদিও সমিতিৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই আজি পৰ্যন্ত নিৰ্মাণ নহ'ল কোনোধৰণৰ নলা ৷ যাৰ পৰিপ্ৰেক্ষিততে দুৰ্ভোগ ভুগি আহিছে ৰাইজে ৷

Intro:ঢকুৱাখনা নগৰ উন্নয়নৰ প্ৰতি ঢকুৱাখনা নগৰ সমিতি,মহকুমা প্ৰশাসন আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়কে দীৰ্ঘ দিনে প্ৰদশন কৰি অহা উদাসীনতাৰ ফল ভুগিছে ঢকুৱাখনাৰ জনতাই।ঢকুৱাখনা নগৰ উন্নয়নৰলৈ পিঠি দি কেৱল নিজা লাভালাভৰ অংকত ব্যস্ত থকা মীনা হাজৰিকাৰ নেতৃত্বাধীন ঢকুৱাখনা নগৰ সমিতিৰ অকমণ্যতা, ভূল নীতি আৰু অদূৰদৰ্শীতাৰ বাবেই এতিয়া কৃত্ৰিম বানত বুৰিছে ঢকুৱাখনা নগৰ এলেকাৰ এটা ৱাৰ্ড।ঢকুৱাখনা নগৰৰ একেবাৰে গাতে লাগি থকা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ডটো পৰিকল্পিত ভাৱে উন্নয়নত গুৰুত্ব নিদিয়াত এজাক সাধাৰণ বৰষুণ দিলেই বোৰ যায় কৃত্ৰিম বানত।এনে কাৰণতে বছৰৰ পিচত বছৰ ধৰি নগৰখনৰ একাংশ জনতাক কৃত্ৰিম বানৰ সমস্যাই জ্বলাকলা খুৱাই আহিছে।প্ৰতি বছৰে বৰষুণ আহিলেই নগৰখনৰ ৩ নম্বৰ ৱাৰ্ডৰ গৰিষ্ঠ সংখ্যক বাসিন্দা জলবন্দী হৈ পৰে ৷ আজি নহয় বিগত ৫/৬ বছৰৰ পৰা বাৰিষা আহিলে নৰক যন্ত্ৰণাৰ বাবে সাজু হৈ থাকিব লাগে ৱাৰ্ডটোৰ শতাধিক বাসিন্দা৷এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।ৱাৰ্ডটোৰ অধিকাংশ বাট-পথৰ লগতে ঘৰৰ ভেটি এতিয়া কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বছৰৰ পিছত বছৰ ধৰি এনে সমস্যাৰে জৰ্জৰিত হৈ আহিছে ৩নম্বৰ ৱাৰ্ডৰ ৰাইজ। এজাক কিনকিনিয়া বৰষুণতে ৱাৰ্ডটোৰ আলোক নগৰ,মিলন নগৰ,বালি গাঁও, বেংগলী পত্রী,মানিকপুৰ আদি আবাসিক এলেকাত সৃষ্টি হয় কৃত্ৰিম বানৰ। কিয়নো বৰষুণৰ পানী ওলাই যাব পৰাকৈ এইসমূহ এলেকাত আজিকোপতি নিৰ্মান নহল বিজ্ঞানসন্মত নলা-নৰ্দমাৰ।আৱাসিক এলেকাসমূহত জমা হোৱা পানী ওলাই যাবৰ বাবে প্ৰয়োজনীয় বিজ্ঞানসন্মত নলা-নৰ্দমা নথকাৰ পৰিণতিত এই অঞ্চলবোৰৰ দুৰ্ভগীয়া লোকসকলে যোৱা প্ৰায় এপষেক ধৰি পানীৰ মাজতে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে।ৱাৰ্ডটোৰ অৰ্ধ শতাধিক বাসিন্দাৰ ঘৰৰ ভেটি
আজিও কৃত্ৰিম বানত ডুব গৈ আছে৷ ফলস্বৰূপে গেলা দুৰ্গন্ধময় পানীৰ মাজেৰেই উপায়হীন হৈ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰিবলগীয়া হৈছে লোকসকলে।ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু নগৰ সমিতিৰ অকৰ্মণ্যতাৰ সুযোগ লৈ তথা একাংশ নাগৰিকে যধে মধে মাটি পুতি ঘৰ দুৱাৰ সজা দৰে কাৰণত নগৰখনৰ এইসকল বাসিন্দাই এতিয়া বাৰিষা কালত নৰক যন্ত্ৰণাৰ সন্মুখীন হবলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।প্ৰতিবছৰে বৰষুণত জমা হোৱা পানীখিনি উলিওৱাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৱাৰ্ডবাসীয়ে নলা খন্দাৰ বাবে ৱাৰ্ড কমিছনাৰ চেনিৰাম দত্তৰ লগতে নগৰ সমিতিৰ সভানেত্রীক বহুবাৰ আবেদন কৰাৰ পিছতো সমিতিয়ে দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি আজিলৈকে কোনো নলা খন্দাৰ ব্যৱস্হা কৰা নাই ।নগৰবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিগত সময়ত কোনো উন্নয়নমূলক অথবা ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰা মিনা হাজৰিকা নেতৃত্বাধীন নগৰ সমিতিখনে এই মুহূৰ্তলৈকে এইসকল দুৰ্ভগীয়া বাসিন্দাৰ ওচৰত থিয় হৈ তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লবলৈ আহৰি পোৱা নাই।ইফালে জনতাৰ এনে নৰক যন্ত্ৰণাৰ দিন পাৰ কৰাই নহয় পানী জমা হোৱা বাবে সৃষ্টি হোৱা পুতিগন্ধময় পৰিবেশে জন স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।আনহাতে সভাই সমিতিয়ে ঢকুৱাখনা উন্নয়নৰ হিচাপ দিয়া ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী নৱ দলেও ঢকুৱাখনা নগৰ উন্নয়ন প্ৰতি উদাসীন।নৱ দলৰ এনে উদাসীনতাই যে এতিয়া ঢকুৱাখনা নগৰক বহু পিছুৱাই নিছে ইয়াৰ প্ৰতি লক্ষ্য ৰখাৰ সময় সমাগত বুলি এতিয়া দোহাৰিছে ঢকুৱাখনা সচেতন মহলে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:ঢকুৱাখনা নগৰ উন্নয়নৰ প্ৰতি ঢকুৱাখনা নগৰ সমিতি,মহকুমা প্ৰশাসন আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়কে দীৰ্ঘ দিনে প্ৰদশন কৰি অহা উদাসীনতাৰ ফল ভুগিছে ঢকুৱাখনাৰ জনতাই।ঢকুৱাখনা নগৰ উন্নয়নৰলৈ পিঠি দি কেৱল নিজা লাভালাভৰ অংকত ব্যস্ত থকা মীনা হাজৰিকাৰ নেতৃত্বাধীন ঢকুৱাখনা নগৰ সমিতিৰ অকমণ্যতা, ভূল নীতি আৰু অদূৰদৰ্শীতাৰ বাবেই এতিয়া কৃত্ৰিম বানত বুৰিছে ঢকুৱাখনা নগৰ এলেকাৰ এটা ৱাৰ্ড।ঢকুৱাখনা নগৰৰ একেবাৰে গাতে লাগি থকা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ডটো পৰিকল্পিত ভাৱে উন্নয়নত গুৰুত্ব নিদিয়াত এজাক সাধাৰণ বৰষুণ দিলেই বোৰ যায় কৃত্ৰিম বানত।এনে কাৰণতে বছৰৰ পিচত বছৰ ধৰি নগৰখনৰ একাংশ জনতাক কৃত্ৰিম বানৰ সমস্যাই জ্বলাকলা খুৱাই আহিছে।প্ৰতি বছৰে বৰষুণ আহিলেই নগৰখনৰ ৩ নম্বৰ ৱাৰ্ডৰ গৰিষ্ঠ সংখ্যক বাসিন্দা জলবন্দী হৈ পৰে ৷ আজি নহয় বিগত ৫/৬ বছৰৰ পৰা বাৰিষা আহিলে নৰক যন্ত্ৰণাৰ বাবে সাজু হৈ থাকিব লাগে ৱাৰ্ডটোৰ শতাধিক বাসিন্দা৷এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।ৱাৰ্ডটোৰ অধিকাংশ বাট-পথৰ লগতে ঘৰৰ ভেটি এতিয়া কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বছৰৰ পিছত বছৰ ধৰি এনে সমস্যাৰে জৰ্জৰিত হৈ আহিছে ৩নম্বৰ ৱাৰ্ডৰ ৰাইজ। এজাক কিনকিনিয়া বৰষুণতে ৱাৰ্ডটোৰ আলোক নগৰ,মিলন নগৰ,বালি গাঁও, বেংগলী পত্রী,মানিকপুৰ আদি আবাসিক এলেকাত সৃষ্টি হয় কৃত্ৰিম বানৰ। কিয়নো বৰষুণৰ পানী ওলাই যাব পৰাকৈ এইসমূহ এলেকাত আজিকোপতি নিৰ্মান নহল বিজ্ঞানসন্মত নলা-নৰ্দমাৰ।আৱাসিক এলেকাসমূহত জমা হোৱা পানী ওলাই যাবৰ বাবে প্ৰয়োজনীয় বিজ্ঞানসন্মত নলা-নৰ্দমা নথকাৰ পৰিণতিত এই অঞ্চলবোৰৰ দুৰ্ভগীয়া লোকসকলে যোৱা প্ৰায় এপষেক ধৰি পানীৰ মাজতে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে।ৱাৰ্ডটোৰ অৰ্ধ শতাধিক বাসিন্দাৰ ঘৰৰ ভেটি
আজিও কৃত্ৰিম বানত ডুব গৈ আছে৷ ফলস্বৰূপে গেলা দুৰ্গন্ধময় পানীৰ মাজেৰেই উপায়হীন হৈ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰিবলগীয়া হৈছে লোকসকলে।ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু নগৰ সমিতিৰ অকৰ্মণ্যতাৰ সুযোগ লৈ তথা একাংশ নাগৰিকে যধে মধে মাটি পুতি ঘৰ দুৱাৰ সজা দৰে কাৰণত নগৰখনৰ এইসকল বাসিন্দাই এতিয়া বাৰিষা কালত নৰক যন্ত্ৰণাৰ সন্মুখীন হবলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।প্ৰতিবছৰে বৰষুণত জমা হোৱা পানীখিনি উলিওৱাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৱাৰ্ডবাসীয়ে নলা খন্দাৰ বাবে ৱাৰ্ড কমিছনাৰ চেনিৰাম দত্তৰ লগতে নগৰ সমিতিৰ সভানেত্রীক বহুবাৰ আবেদন কৰাৰ পিছতো সমিতিয়ে দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি আজিলৈকে কোনো নলা খন্দাৰ ব্যৱস্হা কৰা নাই ।নগৰবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিগত সময়ত কোনো উন্নয়নমূলক অথবা ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰা মিনা হাজৰিকা নেতৃত্বাধীন নগৰ সমিতিখনে এই মুহূৰ্তলৈকে এইসকল দুৰ্ভগীয়া বাসিন্দাৰ ওচৰত থিয় হৈ তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লবলৈ আহৰি পোৱা নাই।ইফালে জনতাৰ এনে নৰক যন্ত্ৰণাৰ দিন পাৰ কৰাই নহয় পানী জমা হোৱা বাবে সৃষ্টি হোৱা পুতিগন্ধময় পৰিবেশে জন স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।আনহাতে সভাই সমিতিয়ে ঢকুৱাখনা উন্নয়নৰ হিচাপ দিয়া ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী নৱ দলেও ঢকুৱাখনা নগৰ উন্নয়ন প্ৰতি উদাসীন।নৱ দলৰ এনে উদাসীনতাই যে এতিয়া ঢকুৱাখনা নগৰক বহু পিছুৱাই নিছে ইয়াৰ প্ৰতি লক্ষ্য ৰখাৰ সময় সমাগত বুলি এতিয়া দোহাৰিছে ঢকুৱাখনা সচেতন মহলে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:ঢকুৱাখনা নগৰ উন্নয়নৰ প্ৰতি ঢকুৱাখনা নগৰ সমিতি,মহকুমা প্ৰশাসন আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়কে দীৰ্ঘ দিনে প্ৰদশন কৰি অহা উদাসীনতাৰ ফল ভুগিছে ঢকুৱাখনাৰ জনতাই।ঢকুৱাখনা নগৰ উন্নয়নৰলৈ পিঠি দি কেৱল নিজা লাভালাভৰ অংকত ব্যস্ত থকা মীনা হাজৰিকাৰ নেতৃত্বাধীন ঢকুৱাখনা নগৰ সমিতিৰ অকমণ্যতা, ভূল নীতি আৰু অদূৰদৰ্শীতাৰ বাবেই এতিয়া কৃত্ৰিম বানত বুৰিছে ঢকুৱাখনা নগৰ এলেকাৰ এটা ৱাৰ্ড।ঢকুৱাখনা নগৰৰ একেবাৰে গাতে লাগি থকা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ডটো পৰিকল্পিত ভাৱে উন্নয়নত গুৰুত্ব নিদিয়াত এজাক সাধাৰণ বৰষুণ দিলেই বোৰ যায় কৃত্ৰিম বানত।এনে কাৰণতে বছৰৰ পিচত বছৰ ধৰি নগৰখনৰ একাংশ জনতাক কৃত্ৰিম বানৰ সমস্যাই জ্বলাকলা খুৱাই আহিছে।প্ৰতি বছৰে বৰষুণ আহিলেই নগৰখনৰ ৩ নম্বৰ ৱাৰ্ডৰ গৰিষ্ঠ সংখ্যক বাসিন্দা জলবন্দী হৈ পৰে ৷ আজি নহয় বিগত ৫/৬ বছৰৰ পৰা বাৰিষা আহিলে নৰক যন্ত্ৰণাৰ বাবে সাজু হৈ থাকিব লাগে ৱাৰ্ডটোৰ শতাধিক বাসিন্দা৷এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।ৱাৰ্ডটোৰ অধিকাংশ বাট-পথৰ লগতে ঘৰৰ ভেটি এতিয়া কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বছৰৰ পিছত বছৰ ধৰি এনে সমস্যাৰে জৰ্জৰিত হৈ আহিছে ৩নম্বৰ ৱাৰ্ডৰ ৰাইজ। এজাক কিনকিনিয়া বৰষুণতে ৱাৰ্ডটোৰ আলোক নগৰ,মিলন নগৰ,বালি গাঁও, বেংগলী পত্রী,মানিকপুৰ আদি আবাসিক এলেকাত সৃষ্টি হয় কৃত্ৰিম বানৰ। কিয়নো বৰষুণৰ পানী ওলাই যাব পৰাকৈ এইসমূহ এলেকাত আজিকোপতি নিৰ্মান নহল বিজ্ঞানসন্মত নলা-নৰ্দমাৰ।আৱাসিক এলেকাসমূহত জমা হোৱা পানী ওলাই যাবৰ বাবে প্ৰয়োজনীয় বিজ্ঞানসন্মত নলা-নৰ্দমা নথকাৰ পৰিণতিত এই অঞ্চলবোৰৰ দুৰ্ভগীয়া লোকসকলে যোৱা প্ৰায় এপষেক ধৰি পানীৰ মাজতে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে।ৱাৰ্ডটোৰ অৰ্ধ শতাধিক বাসিন্দাৰ ঘৰৰ ভেটি
আজিও কৃত্ৰিম বানত ডুব গৈ আছে৷ ফলস্বৰূপে গেলা দুৰ্গন্ধময় পানীৰ মাজেৰেই উপায়হীন হৈ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰিবলগীয়া হৈছে লোকসকলে।ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু নগৰ সমিতিৰ অকৰ্মণ্যতাৰ সুযোগ লৈ তথা একাংশ নাগৰিকে যধে মধে মাটি পুতি ঘৰ দুৱাৰ সজা দৰে কাৰণত নগৰখনৰ এইসকল বাসিন্দাই এতিয়া বাৰিষা কালত নৰক যন্ত্ৰণাৰ সন্মুখীন হবলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।প্ৰতিবছৰে বৰষুণত জমা হোৱা পানীখিনি উলিওৱাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৱাৰ্ডবাসীয়ে নলা খন্দাৰ বাবে ৱাৰ্ড কমিছনাৰ চেনিৰাম দত্তৰ লগতে নগৰ সমিতিৰ সভানেত্রীক বহুবাৰ আবেদন কৰাৰ পিছতো সমিতিয়ে দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি আজিলৈকে কোনো নলা খন্দাৰ ব্যৱস্হা কৰা নাই ।নগৰবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিগত সময়ত কোনো উন্নয়নমূলক অথবা ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰা মিনা হাজৰিকা নেতৃত্বাধীন নগৰ সমিতিখনে এই মুহূৰ্তলৈকে এইসকল দুৰ্ভগীয়া বাসিন্দাৰ ওচৰত থিয় হৈ তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লবলৈ আহৰি পোৱা নাই।ইফালে জনতাৰ এনে নৰক যন্ত্ৰণাৰ দিন পাৰ কৰাই নহয় পানী জমা হোৱা বাবে সৃষ্টি হোৱা পুতিগন্ধময় পৰিবেশে জন স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।আনহাতে সভাই সমিতিয়ে ঢকুৱাখনা উন্নয়নৰ হিচাপ দিয়া ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী নৱ দলেও ঢকুৱাখনা নগৰ উন্নয়ন প্ৰতি উদাসীন।নৱ দলৰ এনে উদাসীনতাই যে এতিয়া ঢকুৱাখনা নগৰক বহু পিছুৱাই নিছে ইয়াৰ প্ৰতি লক্ষ্য ৰখাৰ সময় সমাগত বুলি এতিয়া দোহাৰিছে ঢকুৱাখনা সচেতন মহলে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.