- লখিমপুৰত সংঘটিত হয় এক অগ্নিকাণ্ড
- লখিমপুৰ চাপৰি গাঁৱত সংঘটিত হয় এই ঘটনাটো
- দিলোৱাৰ আনছাৰি নামৰ লোক জনৰ বাসগৃহত সংঘটিত হয় এই দুৰ্ঘটনাটো
- অগ্নিকাণ্ডত নাজিমা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু
- চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে
- অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় ঘৰখন
লখিমপুৰত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ - অগ্নিদগ্ধ
লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত মৃত্যু হয় নাজিমা বেগম নামৰ এগৰাকী মহিলাৰ ৷
লখিমপুৰত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ
- লখিমপুৰত সংঘটিত হয় এক অগ্নিকাণ্ড
- লখিমপুৰ চাপৰি গাঁৱত সংঘটিত হয় এই ঘটনাটো
- দিলোৱাৰ আনছাৰি নামৰ লোক জনৰ বাসগৃহত সংঘটিত হয় এই দুৰ্ঘটনাটো
- অগ্নিকাণ্ডত নাজিমা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু
- চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে
- অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় ঘৰখন
Intro:লক্ষীমপুৰত শুক্ৰবাৰে পুৱা আঠ মান বজাত সংঘটিত হল এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা।
লক্ষীমপুৰ নগৰৰ 12 নং ৱাৰ্ডৰ চাপৰি গাওঁত সংঘটিত হল এই ঘটনা। Body:দিলোৱাৰ আনচাৰি নামৰ লোক জনৰ ঘৰটো সম্পূৰ্ণ ৰূপে সামৰি ললে জুইৰ লেলিহান শিখাই ।ঘৰৰ ভিতৰতে মৃত্যুক সাবটি ললে দিলোৱাৰ আনচাৰিৰ বোৱাৰিয়েক নাজিমা বেগম নামৰ মহিলা গৰাকীয়ে। আনহাতে গুৰুত্বৰ ভাবে আঁহত হল নাজিমা বেগমৰ স্বামী ৰাজু আনচাৰি আৰু শাহুৱেক ফাতেমা বেগম।
সম্পূৰ্ণ ৰূপে ধংস স্তুপত পৰিণত হল দিলোৱাৰৰ ঘৰ খন। Conclusion:অগ্নি কাণ্ড সংঘটিত হোৱাৰ লগে লগেই স্থানীয় ৰাইজে জুই নুমাবলৈ চেষ্টা কৰে যদিও বচাবলৈ সক্ষম নহল মহিলা গৰাকী তথা ঘৰ খনৰ আঁচ বাব পত্ৰ খিনি ।ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈও দিলোৱাৰ আনচাৰিৰ ঘৰৰ ৰাস্তা ঠেক হোৱাৰ বাবেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহল ।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত গেছ চিলিন্দাৰৰ পৰাই অগ্নি কাণ্ড সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে